কাছাৰ,1চেপ্তেম্বৰঃ কাছাৰৰ উধাৰবন্দত লোমহৰ্ষক ডকাইতি কাণ্ড ৷ শনিবাৰে নিশা ৰঞ্জিত শৰ্মা নামৰ এজন লোকৰ ঘৰত দহ বাৰজনীৰ এটা সশস্ত্ৰ ডকাইতৰ দলে দৰ্জাৰ গ্ৰীল ভাঙিবলৈ চেষ্টা কৰিছিল ৷ সেই সময়তে ঘটনাৰ উমান ল'ব পাৰি গৃহস্থই বাধা দিবলৈ চেষ্টা কৰোঁতেই ডকাইতৰ দলটোৱে অস্ত্ৰৰে গৃহস্থক বেয়াকৈ আঘাট কৰে ৷ ডকাইত দলটোৱে বহু মূল্যৱান সামগ্ৰী আৰু কেইবা হেজাৰ নগদ টকা লুটি লৈ যায় ৷ ৰঞ্জিত শৰ্মা নামৰ ব্যক্তিজনক পাছত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷
কাছাৰত লোমহৰ্ষক ডকাইতি কাণ্ড
গৃহস্থক অস্ত্ৰৰে আক্ৰমণ কৰি লুটি লৈ গ'ল বহু মূল্যৱান সামগ্ৰী আৰু কেইবা হেজাৰ নগদ টকা ৷ অস্ত্ৰৰ আক্ৰমণত আহত ব্যক্তিজনক শিলচৰ মেডিকেল কলেজত ভৰ্তি ৷
কাছাৰত লোমহৰ্ষক ডকাইতি কাণ্ড
কাছাৰ,1চেপ্তেম্বৰঃ কাছাৰৰ উধাৰবন্দত লোমহৰ্ষক ডকাইতি কাণ্ড ৷ শনিবাৰে নিশা ৰঞ্জিত শৰ্মা নামৰ এজন লোকৰ ঘৰত দহ বাৰজনীৰ এটা সশস্ত্ৰ ডকাইতৰ দলে দৰ্জাৰ গ্ৰীল ভাঙিবলৈ চেষ্টা কৰিছিল ৷ সেই সময়তে ঘটনাৰ উমান ল'ব পাৰি গৃহস্থই বাধা দিবলৈ চেষ্টা কৰোঁতেই ডকাইতৰ দলটোৱে অস্ত্ৰৰে গৃহস্থক বেয়াকৈ আঘাট কৰে ৷ ডকাইত দলটোৱে বহু মূল্যৱান সামগ্ৰী আৰু কেইবা হেজাৰ নগদ টকা লুটি লৈ যায় ৷ ৰঞ্জিত শৰ্মা নামৰ ব্যক্তিজনক পাছত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷
Intro:NEWS Silchar Breaking 1September.. কাছাৰৰ উধাৰবন্দত আকৌ লোমহৰ্ষক ডকাইতি। Body:NEWS Silchar Breaking 1September.. কাছাৰৰ উধাৰবন্দত আকৌ লোমহৰ্ষক ডকাইতি। ৰঞ্জিত শৰ্মা নামৰ এজনৰ ঘৰত যোৱা নিশা দহ বাৰোজনৰ এদল সসশস্ত্ৰ ডকাইতৰ দলটোৱে শৰ্মাৰ ঘৰৰ দৰজাৰ গ্ৰিল ভাঙিবলৈ চেষ্টা কৰিছিল সেই সময়ত গৃহকৰ্তা শৰ্মা বাধা দিবলৈ গলে ডকাইতৰ দলে তাক ৰড ভোজালী আদিলৈ বেয়াকৈ আঘাত কৰে। ইয়াৰ ফলত তেওঁ গুৰুতৰ আহত হয়। তাক পিছত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। ডকাইত দলে বহু মূল্যৱান সাসামগ্ৰী আৰু কেইবা হেজাৰ নগদ টকা লৈ গৈছে বুলি জানিব পৰা গৈছে। উভতি যোৱাৰ সময় ডকাইত দল দুই জাই গুলি চলাই যায় বুলি জানিব পৰা গৈছে। উধাৰবন্দৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অজিত সিংহ পুৱা তেওঁ লোকৰ ঘৰত গৈ খোজখবৰ লয় আৰু পিছত জনায়, সোনকালে ডকাইত সকলক আটক কৰা নহ'লে তেওঁ থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ব । -----বাইটConclusion:NEWS Silchar Breaking 1September.. কাছাৰৰ উধাৰবন্দত আকৌ লোমহৰ্ষক ডকাইতি। ৰঞ্জিত শৰ্মা নামৰ এজনৰ ঘৰত যোৱা নিশা দহ বাৰোজনৰ এদল সসশস্ত্ৰ ডকাইতৰ দলটোৱে শৰ্মাৰ ঘৰৰ দৰজাৰ গ্ৰিল ভাঙিবলৈ চেষ্টা কৰিছিল সেই সময়ত গৃহকৰ্তা শৰ্মা বাধা দিবলৈ গলে ডকাইতৰ দলে তাক ৰড ভোজালী আদিলৈ বেয়াকৈ আঘাত কৰে। ইয়াৰ ফলত তেওঁ গুৰুতৰ আহত হয়। তাক পিছত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। ডকাইত দলে বহু মূল্যৱান সাসামগ্ৰী আৰু কেইবা হেজাৰ নগদ টকা লৈ গৈছে বুলি জানিব পৰা গৈছে। উভতি যোৱাৰ সময় ডকাইত দল দুই জাই গুলি চলাই যায় বুলি জানিব পৰা গৈছে। উধাৰবন্দৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অজিত সিংহ পুৱা তেওঁ লোকৰ ঘৰত গৈ খোজখবৰ লয় আৰু পিছত জনায়, সোনকালে ডকাইত সকলক আটক কৰা নহ'লে তেওঁ থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ব । -----বাইট