ETV Bharat / state

মোদীৰ আগমনৰ দিনাই কাছাৰত মোদী বিৰোধী শ্ল'গান

শনিবাৰে কাছাৰ কাগজকলৰ সন্মুখত কৰ্মচাৰী আৰু কগজকল পুনৰজ্জীৱিত সন্থাৰ প্ৰতিবাদ ৷ তিনিবছৰ পূৰ্বে মোদীৰ কাগজকলৰ পুনৰজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰৱ হৈ কৰ্মচাৰী সন্থাই মোদী বিৰোধী শ্ল'গানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

author img

By

Published : Mar 30, 2019, 9:34 PM IST

কাছাৰত মোদী বিৰোধী শ্ল'গান

কাছাৰ,30মাৰ্চ:মোদীৰ অসম আগমনৰ দিনাই শনিবাৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সহ কগজকল পুনৰজ্জীৱিত সন্থাই ৰূপায়ণকৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কাগজ কলৰ মুখ্য দ্বাৰৰ সম্মুখত শ শ কৰ্মচাৰী আৰু সন্থাটোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী সোণোৱাল বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ লগতে ক্ষুব্ধ কৰ্মচাৰীসকলে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে ৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰাকত উপস্থিত হৈ কাছাৰ কাগজকল তিনিমাহৰ ভিতৰত পুনৰজ্জীৱিত কৰা হ'ব বুলি যি মিছা প্ৰতিশ্ৰুতি দিছিল সেয়া তিনি বছৰৰ পাচতো হৈ নুঠাত লোকসভা নিৰ্বাচনত তাৰ পৰিণাম ভোগ কৰিব লাগিববুলি সকীয়াই দিয়ে প্ৰতিবাদীকৰ্মচাৰীসকলে ৷

News Silchar 
কাছাৰৰ পৰা প্ৰধানমন্ত্ৰীক গো বেক ধ্বনি ৷ কাছাৰ কাগজ কলৰ কৰ্মচাৰী সহ কগজকল পুণৰজ্জীবিত সন্থাৰ গো বেক ধ্বনি ৷ কাগজ কলৰ প্ৰধান গেটৰ সম্মুখত শ শ কৰ্মচাৰী আৰু সন্থাৰ সদস্য সকলে গো বেক ধ্বনি দিয়ে ৷লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহ বিজেপি ক বৰ্জনৰ আহ্বান প্ৰতিবাদকাৰী সকলৰ ৷ কাছাৰ আৰু নগাও কাগজ কল পুনৰজ্জীবিত কৰাৰ নামত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰে বাৰে মিথ্যা প্ৰতিশ্ৰুতি দিছে বুলি প্ৰতিবাদকাৰী সকলৰ অভিযোগ ৷বিধানসভা নিৰ্বাচনৰ সময়ত বৰাকত  প্ৰচাৰত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষনা কৰিছিল দু মাসৰ ভিতৰত কাগজ কল চালু কৰিব বুলি কিন্তু তিনি বছৰৰ পিছতো মোডীয়ে কগজ দুইটা চালু কৰা নাই ৷ আজি লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ খৱৰ পাই কল কৰ্মচাৰী কল পুনৰজ্জীবিত সন্থাৰ কৰ্মকৰ্তা সকলে কাগজ কলৰ সম্মুখৰ  পৰা প্ৰতিবাদ সাব্যস্থ কৰে  ৷ মোডীক গো বেক ধ্বনি দিয়ে প্ৰতিবাদী সকলে ৷
Footage ftp 
Slug PM Go Back
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.