ETV Bharat / state

বৰাকবাসীয়েও নামানে জাতিধ্বংসী CAA: অজিত কুমাৰ ভূঞা - silchar CAA protest

শিলচৰত CAA বিৰোধী প্ৰতিবাদ ৷ প্ৰতিবাদ অংশ গ্ৰহণ কৰে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু নেকিবুৰ জামানে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদী সভা ৷

শিলচৰ
বৰাকবাসীয়েও নামানে জাতিধ্বংসী CAA: অজিত কুমাৰ ভূঞা
author img

By

Published : Feb 12, 2020, 9:08 PM IST

শিলচৰ,12 ফেব্ৰুৱাৰীঃ বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিলচৰত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ CAA আন্দোলনত যোগ দিবলৈ বুধবাৰে বৰাকত উপস্থিত হয় জ্যৈষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু অধিবক্তা নেকিবুৰ জামান ৷ পুৱা শিলচৰ বিমান বন্দৰৰ পৰা দুয়ো গৰাকী বিশিষ্ঠ ব্যক্তিক আদৰণি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰাক উপত্যকাৰ কৰ্মীসকলে ৷ বিমান বন্দৰৰ পৰা ৰেলী বাহিৰ কৰি CAA প্ৰতিবাদস্থলীলৈ লৈ যায় বিশিষ্ঠ ব্যক্তি দুগৰাকীক ৷

বৰাকবাসীয়েও নামানে জাতিধ্বংসী CAA: অজিত কুমাৰ ভূঞা

আনহাতে, প্ৰতিবাদস্থলীৰ পৰা অজিত কুমাৰ ভূঞাই কয়, বৰাক উপত্যকাৰ লোকসকলে CAA সমৰ্থন কৰিছে বুলি যি প্ৰচাৰ চলিছে সেয়া সম্পূৰ্ণ ভুল৷ এই আন্দোলনৰ জৰিয়তে চৰকাৰক আমি কব বিচাৰিছো বৰাকবাসীয়েও জাতিধ্বংসী আইন মানি নলয় ৷

আৰু পঢ়কঃ অৰুণাচলৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন বায়ু সেনা বাহিনীৰ ইষ্টান কামাণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.