ETV Bharat / state

কাছাৰত বিজেপিৰ সন্মিলনী সভা - BJP pista Pramukh

কাছাৰ জিলাৰ বৰখলা নিৰ্বাচন চক্ৰৰ ৰাজা গোবিন্দ মেম'ৰিয়াল হাইস্কুল মাঠ প্ৰাংগনত বিজেপি দলৰ এখন সভা অনুষ্ঠিত হৈ যায় দেওবাৰে ৷ সভাত দলটোৰ বহু নেতা উপস্থিত থাকে ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰেই এই সভাৰ আয়োজন কৰা হয় ৷

কাছাৰত বিজেপিৰ সন্মিলনী সভা
কাছাৰত বিজেপিৰ সন্মিলনী সভা
author img

By

Published : Feb 8, 2021, 7:59 AM IST

কাছাৰ,8ফেব্ৰুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে ইতিমধ্যে ৰাজনৈতিক দল,সংগঠন সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ এই উদ্দেশ্যৰেই দেওবাৰে কাছাৰ জিলাৰ বৰখলা নিৰ্বাচন চক্ৰৰ ৰাজা গোবিন্দ মেম'ৰিয়াল হাইস্কুল মাঠ প্ৰাংগনত বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ এখন সম্মিলনী সভা অনুষ্ঠিত হৈ যায় । এই সভাত উপস্থিত থাকে বিজেপি কাছাৰ জিলা সভাপতি কৌশিক ৰয়,সাংসদ ৰাজদীপ ৰয়, বডৰখলাৰ বিধায়ক কিশোৰ নাথ,বৰখলা প্ৰভাৰি বিমলেন্দু ৰয়, জিলা কমিটিৰ সদস্য আৰু লক্ষীপুৰ সমষ্টিৰ প্ৰভাৰি কংকন নাৰায়ণ শিকদাৰ, বৰখলা মণ্ডলৰ সভাপতি অৰিন্দম নাথ, শাল চাপৰা ব্লক মণ্ডলৰ সভাপতি পীযূষ কান্তি পাল, বডৰখলা ব্লকৰ সহ সভাপতি আবুল হুসেন, বৰখলাৰ বিস্তাৰক পবিত্র গুঞ্জ, বৰখলাৰ প্ৰাক্তন মণ্ডল সভাপতি বিশ্বজিৎ দাস, জিলা বিজেপি সম্পাদিকাগীতণ নাথ । আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰাৰ বাবে জিলাখনত অনুষ্ঠিত কৰা হয় এই সভাৰ ৷

অন্য এক খবৰৰ বাবে: উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.