ETV Bharat / state

বিজেপি প্রার্থী দ্বীপায়ন চক্রৱর্তীৰ সমর্থনত শিলচৰত বাইক ৰেলী

author img

By

Published : Mar 28, 2021, 10:42 PM IST

শিলচৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী দ্বীপায়ন চক্রৱর্তীৰ সমর্থনত দেওবাৰে এক বিশাল বাইক ৰেলী উলিয়াই দলীয় নেতা-কৰ্মীসকলে ৷ মালগ্রামৰ পৰা আৰম্ভ কৰা এই ৰেলীৰে সমৰ্থক সকলে সমগ্ৰ শিলচৰ চহৰ পৰিভ্ৰমন কৰি প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৷

বিজেপি প্রার্থী দ্বীপায়ন চক্রৱর্তীৰ সমর্থনত শিলচৰত বাইক ৰেলী
বিজেপি প্রার্থী দ্বীপায়ন চক্রৱর্তীৰ সমর্থনত শিলচৰত বাইক ৰেলী

শিলচৰ,28 মাৰ্চ: শিলচৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী দ্বীপায়ন চক্রৱর্তীৰ সমর্থনত দেওবাৰে এক বিশাল বাইক ৰেলী উলিয়াই দলীয় নেতা-কৰ্মীসকলে ৷ মালগ্রামৰ পৰা আৰম্ভ কৰা এই ৰেলীৰে সমৰ্থক সকলে সমগ্ৰ শিলচৰ চহৰ পৰিভ্ৰমন কৰি প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৷

উ্ল্লেখ্য যে, ইণ্ডিয়া ক্লাব ময়দানত সমাপ্ত হোৱা এই ৰেলীত বিজেপিৰ ভাতৃ সংগঠন বজৰং হিন্দু জাগৰণ মঞ্চ, এবিভিপি আৰু বিজেপি যুৱ মৰ্চাৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰে ৷ এই বাইক ৰেলীৰ অন্তত সমষ্টিত প্ৰাৰ্থী গৰাকীৰ জয় নিশ্চিত বুলি উল্লেখ কৰে দলীয় সদস্যসকলে ৷

লগতে পঢ়ক: ছাত্ৰ সকললৈ মামাৰ বিশেষ নিৰ্বাচনী টোপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.