শিলচৰ, 3 ছেপ্তেম্বৰঃ শিলচৰত নিৱনুৱা লোকসকলক অ এন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ স্থানীয় লোকৰ ৷ বিগত কেইবাবছৰ ধৰি অ এন জি চিয়ে বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ ইয়াকে লৈ সময়ে সময়ে নিবনুৱা সকলে স্থানীয় ভিত্তিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ জনাই আহিছে যদিও এই ক্ষেত্ৰত কতৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ ইয়াৰে প্ৰতিবাদত মঙলবাৰে পুনৰ শতাধিক নিবনুৱাই শিলচৰৰ ওচৰৰ শ্ৰীকোনাত থকা অ এন জি চিৰ কাছাৰ প্ৰজেক্টৰ সন্মূখত ধৰ্ণা দিয়ে ৷
স্থানীয় লোকক অএন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ শিলচৰত - বৰাক
স্থানীয় লোকক অ এন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ শিলচৰত ৷ উল্লেখযোগ্য যে, যোৱা কেই বছৰ ধৰি অ এন জি চিয়ে বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰি আহিছে
শিলচৰ, 3 ছেপ্তেম্বৰঃ শিলচৰত নিৱনুৱা লোকসকলক অ এন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ স্থানীয় লোকৰ ৷ বিগত কেইবাবছৰ ধৰি অ এন জি চিয়ে বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ ইয়াকে লৈ সময়ে সময়ে নিবনুৱা সকলে স্থানীয় ভিত্তিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ জনাই আহিছে যদিও এই ক্ষেত্ৰত কতৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ ইয়াৰে প্ৰতিবাদত মঙলবাৰে পুনৰ শতাধিক নিবনুৱাই শিলচৰৰ ওচৰৰ শ্ৰীকোনাত থকা অ এন জি চিৰ কাছাৰ প্ৰজেক্টৰ সন্মূখত ধৰ্ণা দিয়ে ৷
জেনাৰেল মেনেজাৰ প্ৰকাশ ঝা জনাইছে তেওঁ নাজিৰা আৰু দিল্লীৰ কৰ্ত্তৃপক্ষৰ লগত যোগাযোগ কৰি কেনেদৰে বৰাকৰ নিবনুৱা লোকসকলে নিযুক্তি লাভ কৰে তাৰ বাবে কথা পাতিব। -- বাইটConclusion:NEWS Silchar 3 September.. যোৱাে কেই বছৰ ধৰি ওএনজিসি বৰাকৰ নিবনুৱাক বঞ্চিত কৰি বাহিৰৰ পৰা নিযুক্তি প্ৰদান কৰি আহিছে আৰু স্থানীয় নিবনুৱা লোকসকলে স্থানীয় ভিত্তিক নিযুক্তি দিয়াৰ দাবীত আন্দোলন কৰি আহিছে । আজিও শতাধিক নিবনুৱা শিলচৰৰ ওচৰত শ্ৰীকোনাত থকা ওএনজিসিৰ কাছাৰ প্ৰজেক্টৰ সন্মূখত স্থানীয় ভিত্তিত নিযুক্তি দিয়াৰ দাবী জনাই ধৰ্ণা দিয়ে । পিছত ওএনজিসিৰ কৰ্মকৰ্তা সকল আহি বিষয়টো ঊৰ্ধ্বতন কৰ্ত্তৃপক্ষৰ লগত কথা পাতি ব্যবস্থা লোৱাৰ আশ্বাস দিলে আন্দোলন স্থগিত ৰখা হৈছে । ---বাইট
জেনাৰেল মেনেজাৰ প্ৰকাশ ঝা জনাইছে তেওঁ নাজিৰা আৰু দিল্লীৰ কৰ্ত্তৃপক্ষৰ লগত যোগাযোগ কৰি কেনেদৰে বৰাকৰ নিবনুৱা লোকসকলে নিযুক্তি লাভ কৰে তাৰ বাবে কথা পাতিব। -- বাইট