ETV Bharat / state

জাতিংগা নদীত মৃতদেহ উদ্ধাৰ - আৰক্ষীক খবৰ দিয়ে

কাছাৰৰ পুৰন্দৰপুৰ জাতিংগা নদীত গা ধুবলৈ গৈ নিখোজ যুৱক ৷ বৃহস্পতিবাৰে স্থানীয় ৰাইজে যুৱক জনৰ মৃতদেহ নৈত ওপঙি থকা প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে ৷

barkhola-missing-person-beadbody-recovery
পুৰন্দৰপুৰ জাটিংগা নদীত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 31, 2020, 8:33 AM IST

কাছাৰ,31 জুলাই : বৰাক উপত্যকাৰ কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বালাছাৰাত নৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰিছিল অনুপম বৰ্মন নামৰ ২৬ বছৰীয়া যুৱক জন ৷ বৃহস্পতিবাৰে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ যোগ্য যে, মঙলবাৰে পুৱা ১০ বজাত বাসগৃহৰ কাষতে থকা পুৰন্দৰপুৰ জাতিংগা নদীত গা ধুবলৈ গৈ নিখোজ হৈ পৰিছল যুৱক জন ৷ পৰিয়াল লোকে নিখোজ হোৱাৰ খবৰ লাভ কৰি এন ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৷ ইপিনে নৈ খনত এন ডি আৰ এফৰ দলে অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম ন‘হল যুৱক জনক ৷

barkhola-missing-person-beadbody-recovery
পুৰন্দৰপুৰ জাটিংগা নদীত মৃতদেহ উদ্ধাৰ

আনহাতে বৃহস্পতিবাৰে স্থানীয় ৰাইজে যুৱক জনৰ মৃতদেহ নৈত ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত বৰখলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰা উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ যুৱক জনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়কঃ এম এচ ধোনী ৰিকি পণ্টিঙতকৈ ওপৰত স্থান পোৱা এজন ভাল অধিনায়ক : আফ্ৰিদি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.