ETV Bharat / state

আজি বৰাকত ভাষা শ্বহীদ দিৱস

author img

By

Published : May 19, 2019, 4:24 PM IST

1961 চনৰ আজিৰ দিনটোতে শিলচৰ চহৰৰ তাৰাপুৰ ৰে'ল ষ্টেচনত আৰক্ষীৰ গুলীত এঘাৰগৰাকী লোক শ্বহীদ হৈছিল ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ সুস্মিতা দেৱ , মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পালকে ধৰি সাধাৰণ ৰাইজে শ্বহীদসকলক স্মৰণ কৰে ৷

বৰাকত জাতীয় দিৱস পালন

শিলচৰ , 19 মে': বৰাকৰ ভাষা শ্বহীদ দিৱস উপলক্ষে আজি বৰাক উপত্যকাত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ 1961 চনৰ আজিৰ দিনটোতে শিলচৰ চহৰৰ তাৰাপুৰ ৰে'ল ষ্টেচনত আৰক্ষীৰ গুলীত এঘাৰগৰাকী লোক শ্বহীদ হৈছিল ৷

বৰাকত ভাষা শ্বহীদ দিৱস পালন

পুৱাৰে পৰা বৰাক উপত্যকাৰ লোক সকলে গাঁও তথা চহৰৰ নানা ঠাইত থকা শ্বহীদ বেদীসমূহত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ ইপিনে শিলচৰ চহৰৰ ৰে'ল ষ্টেচন, শ্মশানঘাট আৰু শ্বহীদ বেদীত স্মৃতিতৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ সুস্মিতা দেৱ , মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পালকে ধৰি সাধাৰণ ৰাইজে শ্বহীদসকলক স্মৰণ কৰে ৷

News Silchar
আজি বৰাকৰ জাতীয় দিবস| আজি উৎসবত মুখৰিত বৰাক উপত্যকা| ভাষা শ্বহীদ দিবস, ১৯ শে মে| ১৯৬১ সনত এই দিনটোত শিলচৰ চহৰৰ তাৰাপুৰ ৰেল স্টেচনত পুলিচৰ গুলিত শ্বহীদ হৈছিল একাদশ ভাষা সেনানী| ভাৰতৰ বুকুত প্ৰথম বাৰৰ বাবে ভাষাৰ কাৰণে আত্মদানৰ এই ঘটনাক শ্ৰদ্ধাৰ লগত সোঁৰন কৰিছে গোটেই বৰাক উপত্যকা| পুৱাৰ পৰা গাঁও চহৰৰ নানা ঠাইৰ শ্বহীদ বেদীত মাল্যদান, পুষ্পাৰ্ঘ অৰ্পন সকলো লোকে কৰি আছে| শিলচৰ চহৰত ৰেল স্টেচন, শ্মশানঘাট আৰু আন ঠাইৰ শ্বহীদ বেদীত শ্ৰদ্ধাতৰ্পনত অংশ লৈছে সাধুসন্ন্যাসীতকৈ আৰম্ভ কৰি মন্ত্ৰী, সাধাৰন ৰাইজ সকলে| অংশ লৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ সুস্মিতা দেব, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পাল প্ৰমুখ্যে|বাইট.......
Footage  ftp 
Slug Silchar 19 may 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.