ETV Bharat / state

বহু প্ৰতীক্ষিত বৰাক নদীৰ ওপৰৰ দলং উদ্বোধন - ETV BHARAT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে উদ্বোধন কৰে বহু প্ৰতীক্ষিত বৰাকৰ ওপৰৰ দলংখনৰ । শিলচৰ চহৰৰ সৈতে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ লগত সংযোগ স্থাপন কৰিব দলংখনে ।

BRIDGE INAUGURATION
author img

By

Published : Mar 2, 2019, 5:58 PM IST

Updated : Mar 3, 2019, 9:41 AM IST

শিলচৰ, ২ মাৰ্চ: শনিবাৰেউদ্বোধনী অনুষ্ঠান সম্পন্ন হয় বহু প্রতিক্ষীত বৰাক নদীৰ ওপৰৰ নৱনিৰ্মিত দলং। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত শিলচৰৰ সদৰঘাটত ৫৫৫ মিটাৰ দীঘল আৰু ২৩ মিটাৰ বহল দলংখনৰ উদ্বোধনী হয় ।

BRIDGE INAUGURATION
উত্তৰ পূৱ ৰিজিয়ন তথা ডনাৰ মন্ত্ৰালয় (এন এল চি পি আৰ) প্রকল্পৰ অধীনত ৬০ কোটি টকা ব্যয়েৰে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীতে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েদলংখনৰশিলান্যাস কৰিছিল। শিলচৰ গড়কাপ্তানী গ্ৰাম্য সংমণ্ডলৰ অধীনত যোৱা পাচঁ বছৰে নিমার্ণ কৰি থকা দলংখন শিলচৰ চহৰৰ সৈতে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ লগত সংযোগ স্থাপন কৰিব ।

অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীদল কংগ্ৰেছৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ৫৫ বছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি আহিছিল কিন্তু বি জে পিয়ে পোহৰলৈ আনিছে । বি জে পিৰ ৰাজত্বকালত শিলচৰত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে হিমা দাসৰ দৰে সকলোৱে আন্তৰ্জাতিক পৰ্যায়ত জিলিকি উঠিব লাগিব বুলি জনায় । ইয়াৰোপৰিও মন্ত্ৰীগৰাকীয়ে ৮৭.১০ কোটি টকা ব্যয়েৰে বৰাক নদীৰ ওপৰত অন্নপূৰ্ণা ঘাটৰ সংলগ্ন এলেকাত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰে ।

News Silchar 
আজি বহু প্রতিক্ষীত শিলচৰ সদৰঘাটৰ বৰাক নদীৰ ওপৰত নৱনিৰ্মিত  দলং'খন উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  । উত্তৰ পূৰ্ব ৰিজিয়ন তথা ডনাৰ মন্ত্ৰালয়ৰ  নন লেপ্সেবুল চেন্ট্ৰাল পুল অৱ  ৰিচর্চ (এন এ্ল চি পি আৰ)প্রকল্পৰ অধীনত ৬০ কোটি টকা ব্যয় ধাৰ্য কৰি দলং নিৰ্মাণ কৰা হৈছে। দলংখনৰ দৈৰ্ঘ্য ৫৫৫ মিটাৰ আৰু বহল ২৩ মিটাৰ। ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰী প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্রাক্তন গৰকাপ্তানী মন্ত্ৰী অজন্তা নেওঁগে  দলংখনৰ   শিলান্যাস কৰিছিল। শিলচৰ গৰকাপ্তানী গ্ৰাম্য সংমণ্ডলৰ অধীনত যোৱা পাচঁ বছৰে দলংখন নিমার্ণ কৰা হৈছে । দলংখনে শিলচৰ চহৰৰ সৈতে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ লগত সংযোগ স্থাপন কৰিব। পিছত তেঁও শিলচৰ পুলিচ পেৰেড গ্ৰাউন্ডত বৰাক নদীৰ ওপৰত অন্নপূৰ্ণা ঘাটৰ সংলগ্ন এলেকাত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। উক্ত দলং নিৰ্মাণৰ বাবে ৮৭.১০  কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। দলংখনে শিলচৰৰ সৈতে বৰখোলা সমষ্টিৰ বৃহত্তৰ দুধপাতিল এলেকা সংযোগ কৰিব।  দলংখন নিৰ্মাণ কাৰ্য্ত ৬৭ কোটি টকা , জিএছটি বাবদ দহ কোটি আৰু ভূমি অধিগ্ৰহণ আৰু অইন ক্ষতিপূৰণ বাবদ দহ কোটি টকা ব্যয় কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে একেই দিনা শিলচৰৰ আৰক্ষী পেৰেড ময়দানত ১০কোটি টকাৰ নতুন ষ্টেডিয়াম , ২৯ কোটি ৪৩ লক্ষ টকাৰ জিলা পুথিভঁৰালৰ আধুনিক অডিটৰিয়ামৰ লগতে শ্রীকোণাত মিনি সচিবালয় ভবনৰ শিলান্যাস কৰে।উল্লেখ্য , দিনাৰ কার্যসূচীত গৰকাপ্তানী মন্ত্ৰী হিমন্তবিশ্ব শর্মাৰ উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ দিল্লীত বিশেষ কামত ব্যস্ত থকাৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে । বক্তব্য....৫৫ বছৰে কংগ্ৰেছ ৬ খন মেডিকেল কলেজ কৰিলে, আমি দুই বছৰে ৬ খন মেডিকেল কলেজ বনালো...ছাত্ৰছাত্ৰী সকল পড়াশোনা খেলত গুৰুত্ব দিয়ক...৫০০ খন খেল পথাৰ ২০ লাখ কৈ খৰচ কৰি আধুনীকিৰন কৰা হব.....হিমা দাস ৰ নিচননা জিলিকী উঠিব লাগিব..সংস্কৃতি চৰ্চাত জোৰ দিব লাগিব..২০০ বছৰৰ পুৰনী শিলচৰ চহৰৰ আম্ৰুত প্ৰকল্পৰ অধীনত ১৩০ কোটি টকা ব্যয়েৰে জল প্ৰকল্প হব..
বৰাকত এলইডি বাল্ব ফেক্টৰী বনোৱা হব...দু্নীতি নচলিব....শংকিত নহব....৩ টকিয়া চাইল এটকাত দুই কোটি মানুষে পাই আছে....কংগ্ৰেছে ৫৫ বছৰ এন্দাৰত ৰাখিছিল বিজেপি পোহৰ লৈ আহিছে....ন়তুন বিমান বন্দৰৰ বাবে আমি কেন্দ্ৰৰ লগত মাত মাতি আছো.....বৰাক নৈৰ উপৰত আৰু দলং নিৰ্মান হব...
পিছত তেঁও যুবমোৰ্চাৰ বাইক ৰেলিত ভাগ লয়......
   Slug Byte C.M 

SILCHAR - BARAK BRIDGE OPPENING VISUAL 2
SILCHAR - BARAK BRIDGE OPPENING VISUAL
Last Updated : Mar 3, 2019, 9:41 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.