ETV Bharat / state

বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক হ'লগৈ বিদেশী !

author img

By

Published : Sep 4, 2019, 10:47 AM IST

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ পৰিয়ালৰ সকলো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল যদিও এন আৰ চিত নাম নাহিল গ্ৰন্থাগাৰিক গৰাকীৰ ৷

অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ নাম নাহিল এন আৰ চিত

শিলচৰ, 04 চেপ্তেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল বহু হাই প্ৰফাইল লোকৰ নাম ৷ সেনা জোৱান, বিধায়ক অথবা সাংসদৰ পৰা সাধাৰণ লোকলৈকে বহুতৰে নাম নাহিল এন আৰ চিত ৷ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ পৰিয়ালৰ সকলো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল যদিও এন আৰ চিত নাম নাহিল গ্ৰন্থাগাৰিক গৰাকীৰ ৷ উল্লেখযোগ্য যে, এন আৰ চি কৰ্তৃপক্ষই নথি পত্ৰ পৰীক্ষা কৰাৰ সময়ত কোনো সমস্যা নাই বুলি অৱগত কৰিছিল যদিও চূড়ান্ত তালিকাত নাম নহাত এতিয়া ক্ষোভিত হৈ পৰিছে ডঃ চক্ৰৱৰ্তী ৷ সেয়ে তেওঁ এন আৰ চিৰ প্ৰক্ৰিয়াটোক সন্দেহ প্ৰকাশ কৰি এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷

Intro:শিলচৰৰ আসাম বিশ্ববিদ্যালয়ত কৰ্মৰত ড. সুমনা চক্ৰবৰ্ত্তী শৰ্মাৰ মা দেউতা ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোৰ নাম নাগৰিক পঞ্জীত আহিছে যদিও তেওঁৰ নাম অহা নাই । Body:শিলচৰৰ আসাম বিশ্ববিদ্যালয়ত কৰ্মৰত ড. সুমনা চক্ৰবৰ্ত্তী শৰ্মাৰ মা দেউতা ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোৰ নাম নাগৰিক পঞ্জীত আহিছে যদিও তেওঁৰ নাম অহা নাই । তেওঁৰ বৃদ্ধ মা আৰু ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোক নুমুলীগড়ক মাতি লৈ সকলো নথিপত্ৰ পৰীক্ষা কৰি একো সমস্যা নাই বুলি জানিব দিয়া হৈছিল যদিও এতিয়া বাকি সকলৰ নাম আহিছে যদিও তেওঁৰ নাম ৰিজেক্ট বুলি আহিছে । তেওঁ এতিয়া ক্ষুব্ধ হৈ জানিব বিচাৰে কিয় তেওঁৰ নাম ৰিজেক্ট বুলি আহিছে । কিয় পৰিয়ালৰ আন সকলৰ নাম আহিল অথচ তেওঁৰ নাম বাদ দিয়া হৈছে । তেওঁ এই নাগৰিক পঞ্জী প্ৰস্তুতিৰ প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে আৰু উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ কয়। Conclusion: তেওঁ এই নাগৰিক পঞ্জী প্ৰস্তুতিৰ প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে আৰু উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ কয়। একেলগে তেওঁ, যি জনে তেওঁক বাদ দিছে তাৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে । --- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.