ETV Bharat / state

উত্তীৰ্ণ নোহোৱাৰ বাবেই ছাত্ৰীৰ আত্মহত্যা

author img

By

Published : Jun 11, 2019, 10:35 PM IST

পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে ঘৰত কোনো ন থকাৰ সুযোগ লৈ আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

কাছাৰত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্যা
  • কাছাৰত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্যা
  • কাছাৰ জিলাৰ কালাইন সৎ সঙ্গ আশ্ৰম ৰোডত এই ঘটনা
  • আত্মহত্যা কৰা ছাত্ৰীৰ নাম পপী সৰকাৰ
  • আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ

News Silchar 
Breaking Silchar
মাধ্যমিকৰ ফল বেয়া হওয়াৰ পলত চিপ লাগি আত্মহত্যা কৰিলে ১৯ বছৰীয়া এক যুবতীয়ে ৷ নামি পপি সৰকাৰ ৷

ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ কালাইন সৎ সঙ্গ আশ্ৰম ৰোডত ৷ জানিব পৰা মতে পপি নামৰ এই যুবতী গৰাকী কালাইন HS School পৰা এইবাৰৰ মাধ্যমিক পৰিক্ষা দিলেও তেওঁৰ ফলাফল বেয়া হৈছিল ৷ তাৰ বাবে পপি পৰিক্ষাৰ ফলাফলৰ পিচৰ পৰা মানষিক চাপত ভুগিয়াছিলে ৷ তাৰ পিচত তেওঁ আজি ঘৰত কোনো ন থকাৰ সুযোগ লৈ চিপ লাগি আত্মহত্যা কৰিলে ৷  পিচত পপিক ঘৰত ঝুলন্ত অবস্থাত দেখি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষী আহি মৃত দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷
Footage ftp 
Slug Silchar Suside 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.