ETV Bharat / state

Flood in Assam: বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰাতাবাড়িত মুখ্য়মন্ত্ৰী

author img

By

Published : Jul 1, 2022, 7:07 PM IST

ৰাজ্য়ৰ বান পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহৰহ অব্য়াহত ৰাখিছে অভিযান । ইয়াৰ মাজতে শুকুৰবাৰে নাৱেৰে পৰিদৰ্শন কৰিলে শনবিলৰ বান বিধ্বস্ত বিস্তীৰ্ন অঞ্চল(Assam CM visited flood affected Ratabari)।

cm
Flood in Assam:বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰাতাবাড়িত মুখ্য়মন্ত্ৰী

কৰিমগঞ্জ,১ জুলাই: ৰাজ্য়ৰ বান পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহৰহ অভিযান অব্য়াহত ৰাখিছে (Flood in Assam)। ইয়াৰ মাজতে শুকুৰবাৰে উপস্থিত হয় কৰিমগঞ্জৰ ৰাতাবাড়ি সমষ্টিৰ শনবিলত (CM Dr Himanta Biswa Sharma visited flood affected Ratabari)। মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে সুভাষ বিদ্যাপীঠৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পিছেতে মুখ্য়মন্ত্ৰীগৰাকীয়ে এনডিআৰএফৰ নাৱেৰে পৰিদৰ্শন কৰে শনবিলৰ বান বিধ্বস্ত বিস্তীৰ্ন অঞ্চল (NDRF) ।

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগতে কয়,'কৰিমগঞ্জ জিলাত তিনি লাখৰো অধিক লোক বানত ক্ষতিগ্রস্ত হৈছে । এই সকলৰ ভিতৰত বাসগৃহ সম্পূৰ্ণৰূপে বিধস্তসকলক ৯৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য দিয়া হ'ব ।' আনহাতে, অন্য় ক্ষতিগ্ৰস্ত সকলক সামান্য ক্ষতিপূৰণ দিয়া হ'ব বুলিও মুখ্য়মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয় ।

তদুপৰি শনবিলৰ ক্ষতিগ্রস্ত মৎস্য় পালক সকলকো ক্ষতিপূৰণ দিয়া হ'ব বুলিও মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰে । অৱশ্য়ে ক্ষতিগ্রস্ত মৎস্য় পালক সকলক পৰ্যালোচনা কৰিহে আৰ্থিক সাহাৰ্যৰ ব্যাবস্থা কৰিব বুলি তেওঁ কয় । তদুপৰি ৰাতাবাড়ি সমষ্টিৰ পথ নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলিও মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে ।

লগতে পঢ়ক: টাগাত ম্যানমাৰ সেনাই উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে প্ৰত্যাহাৰ কৰিলে অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.