ETV Bharat / state

শাম কাটিছে পৰিস্থিতি কিন্তু এতিয়াও আঁতৰা নাই শংকা !

author img

By

Published : May 11, 2019, 5:42 PM IST

Updated : May 11, 2019, 6:01 PM IST

শুক্ৰবাৰে সংঘৰ্ষত নিহত জেচিম উদ্দিনৰ মৃতদেহ শনিবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে জেচিমৰ ঘৰত অঞ্চলটোৰ শতাধিকলোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷

নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ

হাইলাকাণ্ডি, 11 মেঃ নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ ৷ পৰিস্থিতি শাম কাটিছে যদিও হাইলাকাণ্ডি চহৰত বৰ্তমানেও অব্যাহত ৰখা হৈছে সান্ধ্য আইন ৷ যিকোনো অপ্ৰীতিকৰ পৰিস্থিতৰে মোকাবিলা কৰিব পৰাকৈ মজুত আছে আৰক্ষী আৰু চিআৰপিএফ৷ বৰ্তমানলৈকে জিলাখনত নতুন কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷

শুক্ৰবাৰে সংঘৰ্ষত নিহত জেচিম উদ্দিনৰ মৃতদেহ শনিবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে জেচিমৰ ঘৰত অঞ্চলটোৰ শতাধিকলোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷ সমাৱেত ৰাইজে লগতে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰো দাবী কৰে ৷

নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ

ইয়াৰোপৰি, অভিযোগ উত্থাপন হৈছে যে, যোৱা নিশা একাংশ লোকে চহৰখনৰ আৰক্ষী চকীৰ এখন গাড়ীত আক্ৰমণ চলোৱাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীক প্ৰহাৰ কৰে ৷

উল্লেখ্য যে, শনিবাৰে পুৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা হাইলাকাণ্ডিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Intro:আজি দ্বীতিয় দিনত হাইলাকান্দিত সান্ধ্য আইন প্রত্যাহাৰ হুৱা নাই। ঠাইয়ে ঠাইয়ে মজুত ৰাখা হইছে আরক্ষী চিআৰপিএফ।
সাজু কৰি ৰাখা হইছে সেনাবাহিনীক। আজি জিলাখনত কোন বিক্ষিপ্ত ঘটনাৰ
খবৰ আহা নাই। আনফালে আৰক্ষীৰ গুলীত নিহত জচিম উদ্দিন তাপাদাৰ মৃতদেহ নিজাৰ ঘরতে লই আনা হইছে। উপস্থিত হৈছে শ শ লোক। হাইলাকান্দিৰ জিলা উপায়ুক্তৰ আৰম্ভ করি এডিজিপি মুকেশ আগৰআৱল, চরকাৰৰ প্রতিনিধি দল আহি উপস্থিত হৈছে। যোৱা কালি ঘটনাত আৰক্ষীৰ স্থিতিলৈ সন্ধানেহ প্রকাশ করে স্থানীয় লোকৰ লগতে বিধায়ক আনোয়াৰ হুছেইন লস্কর........ ।
আনফালে অসম প্রদেশ বিজেপি সংখ্যালঘু মোর্চার সাধাৰণ সম্পাদক ইকবাল হুসেন হাইলাকান্দি চিকিৎসলয় গৈ আহত হকলর বুজ লয়। আনকি নিহতৰ ঘৰতগৈ সমবেদনা জ্ঞাপন কৰে।
যোৱাকালি ঘটাৰ ন্যায়িক তদন্ত দিয়ার দাবি করে।
আনফালে যোয়া নিশা শৰসপুৰ আৰক্ষী চৈকিৰ এখন গাড়িত আক্রমণ চালায় উত্তেজিত লোকে লগতে আৰক্ষী অধীক্ষক প্রহার কৰে বুলি অভিয়োগ।
Amirul Alom siddiquey South karimganj Body:আজি দ্বীতিয় দিনত হাইলাকান্দিত সান্ধ্য আইন প্রত্যাহাৰ হুৱা নাই। ঠাইয়ে ঠাইয়ে মজুত ৰাখা হইছে আরক্ষী চিআৰপিএফ।
সাজু কৰি ৰাখা হইছে সেনাবাহিনীক। আজি জিলাখনত কোন বিক্ষিপ্ত ঘটনাৰ
খবৰ আহা নাই। আনফালে আৰক্ষীৰ গুলীত নিহত জচিম উদ্দিন তাপাদাৰ মৃতদেহ নিজাৰ ঘরতে লই আনা হইছে। উপস্থিত হৈছে শ শ লোক। হাইলাকান্দিৰ জিলা উপায়ুক্তৰ আৰম্ভ করি এডিজিপি মুকেশ আগৰআৱল, চরকাৰৰ প্রতিনিধি দল আহি উপস্থিত হৈছে। যোৱা কালি ঘটনাত আৰক্ষীৰ স্থিতিলৈ সন্ধানেহ প্রকাশ করে স্থানীয় লোকৰ লগতে বিধায়ক আনোয়াৰ হুছেইন লস্কর........ ।
আনফালে অসম প্রদেশ বিজেপি সংখ্যালঘু মোর্চার সাধাৰণ সম্পাদক ইকবাল হুসেন হাইলাকান্দি চিকিৎসলয় গৈ আহত হকলর বুজ লয়। আনকি নিহতৰ ঘৰতগৈ সমবেদনা জ্ঞাপন কৰে।
যোৱাকালি ঘটাৰ ন্যায়িক তদন্ত দিয়ার দাবি করে।
আনফালে যোয়া নিশা শৰসপুৰ আৰক্ষী চৈকিৰ এখন গাড়িত আক্রমণ চালায় উত্তেজিত লোকে লগতে আৰক্ষী অধীক্ষক প্রহার কৰে বুলি অভিয়োগ।
Conclusion:আজি দ্বীতিয় দিনত হাইলাকান্দিত সান্ধ্য আইন প্রত্যাহাৰ হুৱা নাই। ঠাইয়ে ঠাইয়ে মজুত ৰাখা হইছে আরক্ষী চিআৰপিএফ।
সাজু কৰি ৰাখা হইছে সেনাবাহিনীক। আজি জিলাখনত কোন বিক্ষিপ্ত ঘটনাৰ
খবৰ আহা নাই। আনফালে আৰক্ষীৰ গুলীত নিহত জচিম উদ্দিন তাপাদাৰ মৃতদেহ নিজাৰ ঘরতে লই আনা হইছে। উপস্থিত হৈছে শ শ লোক। হাইলাকান্দিৰ জিলা উপায়ুক্তৰ আৰম্ভ করি এডিজিপি মুকেশ আগৰআৱল, চরকাৰৰ প্রতিনিধি দল আহি উপস্থিত হৈছে। যোৱা কালি ঘটনাত আৰক্ষীৰ স্থিতিলৈ সন্ধানেহ প্রকাশ করে স্থানীয় লোকৰ লগতে বিধায়ক আনোয়াৰ হুছেইন লস্কর........ ।
আনফালে অসম প্রদেশ বিজেপি সংখ্যালঘু মোর্চার সাধাৰণ সম্পাদক ইকবাল হুসেন হাইলাকান্দি চিকিৎসলয় গৈ আহত হকলর বুজ লয়। আনকি নিহতৰ ঘৰতগৈ সমবেদনা জ্ঞাপন কৰে।
যোৱাকালি ঘটাৰ ন্যায়িক তদন্ত দিয়ার দাবি করে।
আনফালে যোয়া নিশা শৰসপুৰ আৰক্ষী চৈকিৰ এখন গাড়িত আক্রমণ চালায় উত্তেজিত লোকে লগতে আৰক্ষী অধীক্ষক প্রহার কৰে বুলি অভিয়োগ
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
Last Updated : May 11, 2019, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.