ETV Bharat / state

কাছাৰত পুনৰ ক'ৰণাত আক্ৰান্ত তিনিজন - সভাপতি

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱক শিলচৰৰ মেডিকেল কলেজত ৰখা হৈছে । কিন্তু নিৰাপত্তাজনিত কাৰণত বিশেষ কেবিন প্ৰদান কৰা হৈছে সুস্মিতা দেৱক ৷

3 new person test positive for COVID-19 in Cachar
কাছাৰত পুনৰ ক'ৰণাত আক্ৰান্ত তিনিজন
author img

By

Published : Jul 10, 2020, 12:30 PM IST

কাছাৰ, 10 জুলাই : কাছাৰ জিলাত বৃদ্ধি পাই আছে ক'ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলাখনত বিগত 24 ঘণ্টাত পুনৰ তিনিজন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ কাছাৰত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে শিলচৰ মেডিকেল কলেজৰ জন সৰ্ম্পকৰক্ষী বিষয়া সুমন চৌধুৰীয়ে ৷ জিলাখনত বৰ্তমানলৈ 170 পজিটিভ ৰোগী থকাৰ উল্লেখ কৰে জন সৰ্ম্পকৰক্ষী বিষয়াগৰাকীয়ে ৷ ইয়াৰে শিলচৰ অসামৰিক কলেজত 36 গৰাকী, শিলচৰ মেডিকেল কলেজত 111 গৰাকী আৰু কাছাৰৰ মাচীমপুৰ আৰ্মী হাস্পাতালত 23 ক'ৰণাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ।

কাছাৰত পুনৰ ক'ৰণাত আক্ৰান্ত তিনিজন

আনহাতে,সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱক শিলচৰৰ মেডিকেল কলেজত ৰখা হৈছে । কিন্তু নিৰাপত্তাজনিত কাৰণত বিশেষ কেবিন প্ৰদান কৰা হৈছে সুস্মিতা দেৱক ৷ সুস্মিতাৰ লগত থকা 15 জনৰ অধিক সমৰ্থকৰো ক'ভিড 19 ৰ টেষ্ট কৰা হৈছে ।

লগতে পঢ়ক : কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদত চিপ লৈ আত্মহত্যা এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.