শিলচৰ, 29 জুলাইঃ চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ পিচতে উত্তপ্ত হৈ পৰিছে শিলচৰ ৷ পথ দুৰ্ঘটনাত সাংবাদিকগৰাকীৰ মৃত্যু হোৱাৰ পিচতে 12 ঘন্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে ৷ নিজ কৰ্তব্য শেষ কৰি ঘৰলৈ উভটি অহাৰ পথতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হৈছিল সাংবাদিকগৰাকী ৷ সাংবাদিকগৰাকীৰ মৃত্যুৰ প্ৰতিবাদত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে 12 ঘন্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ৷
সাংবাদিকৰ মৃত্য়ুক লৈ উত্তপ্ত শিলচৰ - সাংবাদিক
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ পিচতে 12 ঘন্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে ৷
সাংবাদিকৰ মৃত্য়ুক লৈ উত্তপ্ত শিলচৰ
শিলচৰ, 29 জুলাইঃ চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ পিচতে উত্তপ্ত হৈ পৰিছে শিলচৰ ৷ পথ দুৰ্ঘটনাত সাংবাদিকগৰাকীৰ মৃত্যু হোৱাৰ পিচতে 12 ঘন্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে ৷ নিজ কৰ্তব্য শেষ কৰি ঘৰলৈ উভটি অহাৰ পথতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হৈছিল সাংবাদিকগৰাকী ৷ সাংবাদিকগৰাকীৰ মৃত্যুৰ প্ৰতিবাদত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে 12 ঘন্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ৷
Intro: শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷ এফালে শহৰৰ বিভিন্ন সংগঠনে কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ৷ আৰক্ষী অধীক্ষক না পাই অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতিমত ঘেৰাও কৰি ৰাখে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷Body: শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷ এফালে শহৰৰ বিভিন্ন সংগঠনে কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ৷ আৰক্ষী অধীক্ষক না পাই অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতিমত ঘেৰাও কৰি ৰাখে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷Conclusion: শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷ এফালে শহৰৰ বিভিন্ন সংগঠনে কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ৷ আৰক্ষী অধীক্ষক না পাই অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতিমত ঘেৰাও কৰি ৰাখে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷