উত্তৰ অভয়াপুৰী, 28 আগষ্টঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ মাত্ৰাঘোলাত চেকেণ্ডাৰ আলী নামৰ এজন বিবাহিতা যুৱকে এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভন দি অবৈধ সম্পৰ্ক কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱতী গৰাকীৰ অভিযোগ অনুসৰি বিগত 2 বছৰ ধৰি চেকেণ্ডাৰ আলীয়ে তেওঁৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷
দুয়ো সামাজিক ভাৱে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও চেকেণ্ডাৰ আলীয়ে পলায়ন কৰে ৷ ফলত যুৱতী গৰাকীয়ে উপায়ন্তৰ হৈ বুধবাৰ অৰ্থাৎ আজি চেকেণ্ডাৰ আলীৰ ঘৰত উপস্থিত হয় ৷ কিন্তু চেকেণ্ডাৰৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে বুলি তেওঁ অভিযোগ কৰে ৷সম্প্ৰতি যুৱতী গৰাকী ন্যায়ৰ অপেক্ষাত ৷
উত্তৰ অভয়াপুৰীৰ মাত্ৰাঘোলাৰ ৰাজপথত যুৱতীৰ আৰ্তনাদ - উত্তৰ অভয়াপুৰী
ভণ্ড বিবাহিত প্ৰেমিক চেকেণ্ডাৰ আলীয়ে বিয়াৰ প্ৰলোভন দি অবৈধ সম্পৰ্ক কৰাৰ অভিযোগ যুৱতী গৰাকীৰ৷
উত্তৰ অভয়াপুৰী, 28 আগষ্টঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ মাত্ৰাঘোলাত চেকেণ্ডাৰ আলী নামৰ এজন বিবাহিতা যুৱকে এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভন দি অবৈধ সম্পৰ্ক কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱতী গৰাকীৰ অভিযোগ অনুসৰি বিগত 2 বছৰ ধৰি চেকেণ্ডাৰ আলীয়ে তেওঁৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷
দুয়ো সামাজিক ভাৱে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও চেকেণ্ডাৰ আলীয়ে পলায়ন কৰে ৷ ফলত যুৱতী গৰাকীয়ে উপায়ন্তৰ হৈ বুধবাৰ অৰ্থাৎ আজি চেকেণ্ডাৰ আলীৰ ঘৰত উপস্থিত হয় ৷ কিন্তু চেকেণ্ডাৰৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে বুলি তেওঁ অভিযোগ কৰে ৷সম্প্ৰতি যুৱতী গৰাকী ন্যায়ৰ অপেক্ষাত ৷
Byte :যুৱতী আৰু পৰিয়ালৰ মন্তব্যConclusion: