ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Hailstorm in Moran

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-7pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 28, 2022, 7:09 PM IST

Constituency Delimitation in Assam: ৰকিবুল হুছেইনৰ সমষ্টি হ’ব তিনিভাগ !

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ । সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি ৰকিবুলৰ । বিলুপ্তি হ’বলগীয়া চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন হেনো হ'ব পাৰিব তিনিটাকৈ সমষ্টিৰ বিধায়ক । নুৰুল হুদাৰ ৰূপহীহাটো হ'ব ৰকিবুল হুছেইনৰ টাৰ্গেট(Rockybul Hussain reaction on delimitation) ।

Nazira Satradhikar murder : ডেকা সত্ৰাধিকাৰে হত্যা কৰিলে বৃদ্ধক !

শিৱসাগৰ জিলাৰ নাজিৰাত সত্ৰ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে । ডেকা সত্ৰাধিকাৰে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে ৭০ বছৰীয়া এগৰাকী বৃদ্ধক (Nazira murder case)! নাজিৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সত্ৰাধিকাৰক ।

Constituency Delimitation in Assam : নতুন সমষ্টি জনপ্ৰিয়-ইতিহাসপ্ৰসিদ্ধ ঠাইৰ নামেৰে নামাকৰণ হ’ব: বিশ্বজিৎ দৈমাৰী

মঙলবাৰে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিৰোধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আসোঁৱাহৰ মাজৰে আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে শাসকীয় পক্ষই ইয়াৰ জৰিয়তে হ’ব পৰা লাভালাভৰ কথা প্ৰকাশ কৰিছে ৷ বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত (Assam Assembly Speaker on Constituency Delimitation)৷

Hailstorm in Moran : শিলাবৃষ্টিয়ে তচনচ কৰিলে বহুতৰে সপোনৰ পঁজা

শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণত হোৱা শিল বৰষুণৰ পাছৰ কিছুমান দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Hailstorm in Moran)। বহুতে সেই দৃশ্যবোৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ হিচাপে আমোদ লৈছে । কিন্তু মঙলবাৰৰ সেই প্ৰচণ্ড শিল বৰষুণ মৰাণৰ একাংশ লোকৰ বাবে অভিশাপস্বৰূপে হৈ পৰিছে । সেই শিলাবৃষ্টিয়ে তচনচ কৰি পেলালে মৰাণ অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ, পাণবাৰী আৰু ৰবি শস্যৰ খেতি (Hailstorms damaged in Moran)। শিলাবৃষ্টিৰ প্ৰকোপ ইমানেই বেছি আছিল যে ৩৬ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ঠায়ে ঠায়ে বৰফৰ টুকুৰা সিচঁৰিত হৈ আছে ।

Indian-Kazakhstan Army completed training: উমৰয়ত ভাৰতীয়-কাজাখস্তানী সেনাৰ যৌথ প্ৰশিক্ষণ সমাপ্ত

সামৰণি পৰিল মেঘালয়ৰ উমৰয়ত অনুষ্ঠিত হৈ থকা ভাৰতীয় সেনা আৰু কাজাখস্তানী সেনাৰ মাজৰ যুটীয়া অনুশীলনৰ(Joint demonstration of Indian and Kazakhstan Army ) । ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল এই অনুশীলন ।

Singer Pawandeep Rajan : পৱনদ্বীপ ৰাজনৰ কণ্ঠত আচ্ছন্ন হ’ল দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ

শিৱসাগৰৰ দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ বাকৰিত পৱনদ্বীপ ৰাজন (Singer Pawandeep Rajan in Sivasagar)৷ উৎসৱৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল পৱনদ্বীপ । ইণ্ডিয়ান আইডল চিজন-১২ৰ(Indian Idol Season 12) বিজয়ী পৱনদ্বীপৰ সাংস্কৃতিক কাৰ্যসূচীয়ে মোহাচ্ছন্ন কৰিলে শিৱসাগৰীয়া ৰাইজক (Pawandeep Rajan at Dichang Brahmaputra festival)। মূৰত গামোচা বান্ধি দুটা অসমীয়া গানকে ধৰি কেইবাটাও জনপ্ৰিয় গান পৰিৱেশন কৰি ৰাইজৰ বিপুল হৰ্ষধ্বন্নি লাভ কৰিলে পৱনদ্বীপে (Pawandeep Rajan sings Assamese song)।

SFI-DYFI demand for preservation: অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী

অর্থনৈতিকভাৱে দূর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী এছ এফ আই আৰু ডি ৱাই এফ আইৰ (Students Federation of India)। এই সংৰক্ষণ বাহালৰ দাবীত সংগঠন দুটাৰ জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান ।

Dilip Saikia criticizes Congress: সমষ্টি পুনৰনিৰ্ধাৰণ হলেও কোনো সাংসদ-বিধায়কৰ সমস্যা নহয়: দিলীপ শইকীয়া

"মুংগেৰিলাল কে হাছিন স্বপ্নে ৷ ভাৰতবৰ্ষ অথবা অসমত কংগ্ৰেছ বা অন্য দলে চৰকাৰ গঠনৰ আশা বাদ দিব লাগে (Dilip Saikia criticizes Congress) ৷ তেওঁলোকে সংগঠন কৰি থাকক ৷ নিৰ্দিষ্ট ভোটবেংক বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখক ৷ কিন্তু যি চৰকাৰৰ দিনত কাম হৈছে অথবা ৰাইজৰ আশা আকাংক্ষা পূৰণ হৈছে, সেই চৰকাৰখনক অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কামৰ দাম দিবলৈ সাজু আছে ৷" এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷

PM Modi mother hospitalized: প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক (Hiraben Modi admitted to hospital) ৷ মাতৃৰ কাষলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ৷

17 years old youth committed suicide: চুলি সৰাৰ বাবেই বাছি ল’লে আত্মহননৰ পথ

মূৰৰ চুলি অত্যাধিক সৰাৰ বাবে আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে পংকজে ৷ চুলি সৰাৰ বাবে দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল যুৱকজন ৷ কিন্তু ইয়াৰ বাবে তেওঁ যে আত্মহননৰ পথ বাছি ল’ব সেয়া পৰিয়ালৰো অগোচৰ আছিল(17 years old youth committed suicide) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.