ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Allegation of demanding money for ADRE

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 8, 2022, 6:57 PM IST

বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এনেধৰণৰ প্ৰায় অৰ্দ্ধ শতাধিক আইন বাতিলৰ বাবে অনুমোদন জনাইছে ৷ সেই মৰ্মেই পৰ্যায়ক্ৰমে তেনে আইনসমূহ বাতিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ বিধানসভাৰ মজিয়াতে সাংবিধানিক বিধি-প্ৰণালীৰ মাজেৰে বাতিল কৰা হ'ব এইধৰণৰ আইনসমূহ ৷

অসম চৰকাৰৰ চাকৰিৰ নিযুক্তিত ধন দাবীৰ অভিযোগ

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ (Allegation of demanding money for ADRE) ৷ ফোনযোগে 3 ৰ পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰাৰ অভিযোগ এজন যুৱকৰ ৷

খালী বস্তাৰে মথাউৰি বন্ধা জলসম্পদ বিভাগৰ 6 বিষয়া-কৰ্মচাৰীক নিলম্বন

কামত গাফিলতি আৰু অৱহেলাৰ বাবে জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তাকে ধৰি মুঠ ৬ জনক নিলম্বন ৷

যাযাবৰী শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ একাজলি শ্ৰদ্ধাঞ্জলি

অজি অসমৰ গৌৰৱ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী ৷ ইটিভি ভাৰতেও আজিৰ এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছে অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাক ৷

জলকীয়া গুৰিৰে ব্যতিক্ৰমি ৰূপত অংকন সুধাকন্ঠৰ প্ৰতিচ্ছবি

আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of Bhupen Hazarika)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ জন্মদিন ৷ এইগৰাকী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বৰপেটাৰ যুৱশিল্পী নিৰ্জুৰাজ দাসে জলকীয়া গুৰিৰে এক ব্যতিক্ৰমি ৰূপত অংকন কৰিছে সুধাকন্ঠৰ প্ৰতিচ্ছবি (Exceptionally painted portrait of Sudhakanth) ৷

Dr Bhupen Hazarika birth anniversary: নগাঁৱতো উদযাপন সুধাকণ্ঠৰ জন্মদিন

আজি ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম দিৱস ( Bhupen Hazarika birth anniversary) ৷ অসমৰ বিভিন্ন প্ৰান্তত মহান শিল্পীজনাৰ জন্ম বাৰ্ষিকী উদযাপন কৰা দেখা গৈছে ৷ সমান্তৰালকৈ নগাঁৱতো জনতাৰ শিল্পীজনাৰ জন্মদিনটো উদযাপন কৰা হয় ।

Dr Bhupen Hazarika birth anniversary : শিৱসাগৰত সুধাকণ্ঠক স্মৰণ

অসমৰ বিভিন্ন জিলাত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হৈছে । শিৱসাগৰত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বিশেষ কাৰ্যসূচী (Bhupen Hazarika birth anniversary)। শিল্পীগৰাকীৰ বহু অনুৰাগীৰ অংশগ্ৰহণ ।

নৃত্যৰত অৱস্থাত মঞ্চতে মৃত্যু নৃত্যশিল্পীৰ

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে এক মৰ্মান্তিক দৃশ্য ৷ নৃত্যৰত অৱস্থাত মঞ্চতে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী শিল্পীয়ে (Artist died on stage during performance) ৷

সাৰদা কেলেংকাৰীত অভিযুক্ত দেৱযানী মুখাৰ্জীৰ মাতৃৰ চিআইডিৰ বিৰুদ্ধে চিবিআইত অভিযোগ

সাৰদা চিটফাণ্ড কেলেংকাৰীৰ অভিযুক্ত দেৱযানী মুখাৰ্জীৰ (Saradha chit fund scam accused Debjani Mukherjee) মাতৃ সৰ্বাৰী মুখাৰ্জীৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ (CBI) ওচৰত অভিযোগ দাখিল (Complains to CBI against CID) । উক্ত অভিযোগ দাখিল কৰিছে অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চিআইডিৰ (CID) বিৰুদ্ধে ।

অমিত শ্বাহক Worthless বুলি ক’লে মমতা বেনাৰ্জীয়ে

"মোদী মন্ত্ৰীসভাত অমিত শ্বাহ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী" ৷ বৃহস্পতিবাৰে নেতাজী ইনড'ৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ বিশেষ অধিবেশনৰ সময়ত দিয়া ভাষণত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইদৰে কয় (Mamata Banerjee lashes out at Amit Shah)।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.