ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 18, 2022, 6:58 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Migratory Birds at Moribil : পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল (migratory birds arrived in Moribil of Morigaon) । শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন স্থানৰ জলাশয়বোৰলৈ আগমন ঘটে পৰিভ্ৰমী পক্ষীৰ । দেশ-বিদেশৰ পৰিধি ভেদি ডেউকা কোবাই উৰি আহে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ।

Zubeen Garg Birthday: যোৰহাটৰ টানিয়া শৰ্মাই প্ৰস্তুত কৰিলে পঞ্চাশ পাউণ্ডৰ কেক

আড়ম্বপূৰ্ণভাৱে যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ পঞ্চাশবছৰীয়া জন্মদিন (Zubeen Garg birthday)। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে যোৰহাটৰ গড়মূৰ ইটাখুলিৰ টানিয়া শৰ্মাই দুদিন ধৰি তৈয়াৰ কৰি আছে পঞ্চাশ পাউণ্ডৰ এটা বিশেষ কেক । জুবিন গাৰ্গে খাই ভালপোৱা সকলো উপকৰণ আৰু আৰু শিল্পীগৰাকীৰ বিভিন্ন প্ৰতীকপট বিশেষ কেকটোত অংকন কৰা হৈছে ।

Mysterious death in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ৰাজ্যত পুনৰ ৰহস্যজনকভাৱে বোৱাৰী মৃত্যুৰ ঘটনা ৷ কলগাছিয়াৰ ৰুভি গাঁৱত এগৰাকী মহিলাই চিপ আত্মহত্যা কৰা এক ঘটনা পোহৰলৈ আহিছে (Mysterious death in Barpeta)৷ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত সোনাপুৰ ৰুভি গাঁৱৰ মহিবুল ইছলামৰ পত্নী আয়মনা খাতুনে শুকুৰবাৰে পুৱা চিপ লৈ আত্মহত্যা কৰা এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Women mysterious suicide case at Kalgachia) ৷

IT Department raid : হোজাইৰ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

হোজাইত আয়কৰ বিভাগৰ বৃহৎ অভিযান (Income Tax Department raid) ৷ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত মালিকৰ বাসগৃহত চলিল এই অভিযান ৷ ৩০/৪০ জনীয়া এটা অভিযানকাৰী দলে পুৱাৰে পৰা চলাই অভিযান প্ৰক্ৰিয়া ৷

Rohingya Detained : আগৰতলাত ৪ ৰোহিংগীয়াক আটক

ত্ৰিপুৰাত ৰোহিংগীয়া নাগৰিকক আটক । চৰকাৰী ৰে'লৱে আৰক্ষী বাহিনীয়ে (Government Railway Police Force) বৃহস্পতিবাৰে নিশা আগৰতলা ৰে'ল ষ্টেচনৰ পৰা আটক কৰে চাৰিজন ৰোহিংগীয়া নাগৰিকক ।

TMC Protest : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, NPS বাতিলৰ দাবীত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

নতুন পেঞ্চন আঁচনি বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী (TMC Assam Protest At Sasal Guwahati) ।

Bapuji College Golden Jubilee : সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

বৰপেটাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত (Golden Jubilee of Bapuji College Sarthebari) শুকুৰবাৰে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীয়ে বাপুজী মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰথমতে 'গাৰ্ড অব অনাৰ' গ্ৰহণ কৰে ৷

Assam Sahitya Sabha : অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিং !

অসম সাহিত্য সভাৰ নিৰ্বাচনত আকৌ কালিমা (Assam Sahitya Sabha Election) ৷ চলিত সভাপতি নিৰ্বাচনত ৰিগিং ! সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পত্ৰ ৷

Bridge construction site in Majuli: নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰীয়েই ক’লে, মাজুলীৰ দলং নিৰ্মাণস্থলীত চলে কু-কৰ্ম

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দ্বায়িত্বত থকা কোম্পানীটোৰ একাংশ শীৰ্ষ বিষয়াই কৰ্মস্থলীত জড়িত থাকে বিভিন্ন কু কৰ্মত (Involved in various misdeeds in workplace) ৷ তেওঁলোকৰ এই কাৰ্যত সহযোগ নকৰাৰ বাবেই প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কোম্পানীটোৰে এগৰাকী শ্ৰমিকে ৷

Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ

আজিৰে পৰা আৰম্ভ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ(Lachit Diwas celebrated in Guwahati) । কামৰূপ মহানগৰ জিলাত ৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব লাচিত দিৱসৰ কাৰ্যসূচী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.