ETV Bharat / state

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ - Top 10 at 5pm

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ
author img

By

Published : Jan 7, 2022, 4:57 PM IST

Terminated teacher to sit in protest : প্ৰতিবাদত বহিব ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষক

পুনৰ শিক্ষকৰ আন্দোলনত উত্তাল হ'ব ত্ৰিপুৰা । অহা ১৫ জানুৱাৰীত বৃহৎ আন্দোলনত বহিব বৰ্খাস্ত শিক্ষক (Terminated teacher will protest in Tripura)। ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ কথা ঘোষণা কৰিছে ।

Charideo fire tragedy: চিগাৰেট জ্বলাবলৈ ব্যৱহাৰ কৰা জুইৰ বাবেই জীৱন্তে অগ্নিদগ্ধ তিনি শিশু !

জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে তিনিটাকৈ শিশুৱে ৷ চৰাইদেউ জিলাৰ ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Charideo fire tragedy ) ।

গৰ্ভধাৰণৰ সময়ত কৰা ধূমপানে ভৱিষ্যতে অপৈণত কেঁচুৱা জন্ম দিয়াৰ সম্ভাৱনা প্ৰখৰ কৰি তোলে

নতুনকৈ কৰা এটা গৱেষণাত পোৱা গৈছে যে গৰ্ভধাৰণৰ প্ৰাৰম্ভিক অৱস্থাত কৰা ধূম্ৰপানে অপৈণত কেঁচুৱা জন্ম দিয়াৰ প্ৰৱণতা সূদূৰপ্ৰসাৰী কৰি তোলে ৷ এই অধ্যয়ন 'PLOS One Journal' ত প্ৰকাশ পাইছে ৷

মন্ত্রী পীযুষ হাজিকাৰ দেহত ক'ভিডৰ উপস্থিতি

ক'ভিডত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika tested Covid positive) ৷ মন্ত্ৰীগৰাকী বৰ্তমান হোম আইচ’লেচনত আছে বুলি জানিব পৰা গৈছে ৷

Psychotropic Drugs Seized : যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

বৃহস্পতিবাৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই (Anti Drugs Mission) বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট (Psychotropic Drugs Seized at Jorhat) সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Jorhat Police) ৷

ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক

ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে শিশু শ্ৰমিকৰ সংখ্যা । সেয়ে বৃহস্পতিবাৰে ধুবুৰীৰ ভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলিল এক যৌথ অভিযান(operation against child labour in Dhubri) । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ অভিযানত উদ্ধাৰ কৰা হ'ল ১৫ গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিকক(Dhubri Child line rescue 15 child labour) ৷

We want justice: ৰঙিয়াৰ ৰাজপথত বিশেষভাবে সক্ষম লোকৰ প্ৰতিবাদ

"আমাক ভিক্ষা খুজিবলৈ বাধ্য নকৰিব" ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনালে দিব্যাঙ্গসকলে ৷ বৃহস্পতিবাৰে ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত বিভিন্ন দাবী উত্থাপণ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে অৰ্ধ শতাধিক দিব্যাঙ্গই (Specially abled persons hold protest in Rangia)।

Mismanagement in Dhubri ZP : জিলা পৰিষদত চৰম অৰাজকতাৰ অভিযোগ

ধুবুৰীত চলিছে বিজেপিৰ মৈমতালি ৷ বৃহস্পতিবাৰে জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ইছলামে জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ একছত্ৰী ৰাজত্ব আৰু তেওঁৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে তুলিলে অভিযোগ (Dhubri zilla parishad president addressing a press meet) ৷

Anti Drugs Mission : বকো আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে বকো আৰক্ষীয়ে বৃহস্পতিবাৰে বকোৰ কালাতলীত অভিযান চলায় ৷ এই অভিযানত এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা (Drug dealer Arrested by Boko Police) ৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs Seized at Boko) ৷

NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অন্যান্য পিছ পৰা শ্ৰেনী (OBC)ৰ বাবে 27% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(Economically Weaker Section)ৰ বাবে 10% কোটাৰ সৈতে নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে (SC allows resumption of NEET PG MED counselling) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.