ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 11, 2022, 11:03 AM IST

11 বজাৰ শীৰ্ষ 10টা বাতৰি

11 বজাৰ শীৰ্ষ 10টা বাতৰি
11 বজাৰ শীৰ্ষ 10টা বাতৰি

গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

বুধবাৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2022) ৷ গুণোৎসৱৰ বাবে সম্পূৰ্ণৰূপে সাজু নগাঁও জিলা প্ৰশাসন ৷ যাৰ বাবে বৰ্তমান মুঠ ১৩,৮২২ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

Loudspeaker banned in Karnataka : নিশা 10 বজাৰ পৰা নিষিদ্ধ লাউড স্পীকাৰ

চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব (Loudspeaker shall not be used at night) লাউড স্পীকাৰ। শব্দ প্ৰদূষণ ৰোধৰ বাবে জাৰি এই বিশেষ নিৰ্দেশনা ।

ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ মঙলবাৰে নিশা নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered in Nalbari) । নিশাৰ ভাগতে ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ?

মঙলবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে (Assam Government led by Himanta Biswa Sarma completes one year) । ধুমধামেৰে পালন কৰা হ’ল ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ছাত্ৰ সমাজ ? চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়ত কি কয়(Reaction of Dibrugarh university's students in One year completion of Assam government) ?

অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ

"আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব"- এই মন্তব্য মৰাণৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মঙলবাৰে অসম আৰক্ষীক প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) শীৰ্ষক সন্মান ৷ এই সন্মান লাভৰ পিছতে মৰাণৰ আৰক্ষীসকলৰ মাজত দেখা যায় আনন্দ-উল্লাস ৷

শীঘ্ৰেই ত্ৰিপুৰা ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে

বুধবাৰে অসমত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিব অভিষেক বেনাৰ্জী (Abhisek Banerjee to inaugurate TMC office in Assam) ৷ তাৰ পাচতেই মাহটোৰ শেষৰ ফালে তেওঁ ভ্ৰমণ কৰিব ত্ৰিপুৰা ৷

Ranveer Singh Deepika padukone baby: পৰিয়াল পৰিকল্পনাৰ ওপৰত কি ক’লে ৰণবীৰ সিঙে !

ৰণবীৰ সিং আৰু দীপিকা পাডুকনে সোনকালেই তেওঁলোকৰ অনুৰাগীসকলক এটা ভাল খবৰ দিয়াৰ সম্ভাৱনা আছে । ৰণবীৰে খোলাখুলিকৈ পাতিলে পৰিয়াল পৰিকল্পনাৰ কথা (Ranveer Singh Deepika padukone baby) ৷

One year completion of Assam government: অক্ষয় বন্তিত তেল ঢালি চৰকাৰলৈ শুভকামনা

এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে (Assam Government led by Himanta Biswa Sarma completes one year) । বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিত তেল ঢালি চৰকাৰৰ উন্নয়ন কামনা কৰিলে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ লগতে বিজেপিৰ স্থানীয় সদস্যসকলে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ মংগল কামনাৰ কৰে বৰ নামঘৰত উপস্থিত লোকসকলে ৷

দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সামৰণি পৰিল হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই অনুষ্ঠানত (Amit Shah lays foundation stone of five development project) ৷ সামৰণি অনুষ্ঠানত ডাঙি ধৰা হ’ল ৰাজ্য চৰকাৰৰ এবছৰীয়া কাম-কাজৰ খতিয়ান ৷

ITI গুৱাহাটী চৌহদত গছপুলি ৰোপণ

ITI গুৱাহাটীৰ চৌহদত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ(Planting of saplings on campus of ITI Guwahati) । উপস্থিত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.