ETV Bharat / state

Tense situation in Bashbari: স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনা

বঙাইগাওঁ জিলাৰ বাশবাৰী নৱ দিগন্ত এম ই স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনা(Tense situation in Bashbari ME School in Bongaigaon) ৷ চাকৰি নোহোৱাত স্কুলৰ নামত দান কৰা মাটিতে পুনৰ কৰিলে খেতি ৷

Tense situation in Bashbari ME School in Bongaigaon
বঙাইগাঁৱত বাশবাৰী এম ই স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনা
author img

By

Published : Aug 4, 2022, 5:35 PM IST

বঙাইগাঁও, 4 আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৪ নং বাশবাৰীৰ নৱ দিগন্ত এম ই স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে(Tense situation in Bashbari ME School in Bongaigaon) । নৱ দিগন্ত এম ই স্কুলৰ নামত ছফি ৰহমান নামৰ স্থানীয় ব্যক্তি এজনে মাটিখিনি দান কৰিছিল । ছফি ৰহমানে উক্ত স্কুলতে চতুৰ্থ বৰ্গৰ চাকৰিটো তেওঁক দিয়াৰ চৰ্ততে ১৯৮৯ চনত মাটিখিনি দান কৰিছিল ৷

বঙাইগাঁৱত বাশবাৰী এম ই স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনা

সেই সময়ত স্কুলখন ভেঞ্চাৰ আছিল ৷ কিন্তু বৰ্তমান স্কুলখন চৰকাৰীকৰণ হোৱাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰিটো নোহোৱাত ক্ষোভিত হৈ দান কৰা মাটি পুনৰ নিজৰ দখললৈ আনে ছফিৰ পৰিয়ালে । হঠাৎ ১ আগষ্টত নৱ দিগন্ত এম ই স্কুলখন জিলানী এম ই স্কুলৰ লগত সংযোগ কৰাৰ পিছত নিজৰ চাকৰিটো হোৱাৰ নিশ্চয়তা নাপাই দান কৰা মাটিত হাল বাই নিজৰ দখললৈ অনাৰ ফলত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ হিচাবে ব্যৱহাৰ কৰা এই খেল পথাৰক অক্ষুন্ন ৰাখিবলৈ ৰাইজে দাবী জনায় । লগতে চতুৰ্থ বৰ্গৰ চাকৰিটো স্থায়ী কৰি দিয়াৰ বাবে শিক্ষামন্ত্ৰীক আবেদন জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Protest in Sarthebari: চৰকাৰী সামগ্ৰী আত্মসাতৰ অভিযোগ গাঁও প্ৰধান-মণ্ডলৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.