ETV Bharat / state

বীৰঝোৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ দিনজোৰা ধৰ্ণা কাৰ্যসূচী - চাহ শ্ৰমিক অসম

বঙাইগাঁও জিলাৰ বীৰঝোৰা চাহ বাগিচাত আছাৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত শনিবাৰে পুৱাৰে পৰা দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাগিচাৰ চাহ শ্ৰমিক সকলে

tea garden workers news
author img

By

Published : Aug 17, 2019, 2:57 PM IST

চিৰাং, 17 আগষ্টঃ বঙাইগাঁও জিলাৰ বীৰঝোৰা চাহ বাগিচাত আছাৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত শনিবাৰে পুৱাৰে পৰা দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাগিচাৰ চাহ শ্ৰমিক সকলে । বাগিছাৰ গাণনিকৰ সাত লক্ষাধিক টকাৰ দুৰ্নীতিৰ বিষয়ে বাগিছা কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত আৰু বাগিছাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

বীৰঝোৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ দিনজোৰা হৰতাল কাৰ্যসূচী

উল্লেখযোগ্য যে, 2017 চনত 55 জন শ্ৰমিকৰ নামত বাগিচা খনৰ গাণনিক আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে ধন আত্মসাতৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে ৷

Intro:বঙাইগাঁও বীৰঝোৰা চা বাগিছাত শ্ৰমিক সকলৰ প্ৰতিবাদ। দিনজোৰা হৰতাল কাৰ্য্যসুচি। বাগিছা গাননিকৰ দুৰ্নিতি আৰু শ্ৰমিক সকলৰ বিভিন্ন দাবীত এই প্ৰতিবাদ ।

Body:বঙাইগাঁও জিলাৰ বীৰঝোৰা চাহ বাগিছাত আজি ৰাতিপুৱাৰে পৰা দিনজোৰা হৰতাল কাৰ্য্যসুচি ৰূপায়ন কৰে চাহ শ্ৰমিক সকলে । বাগিছাৰ গাননিক ৰ সাত লক্ষাধিক টকাৰ দুৰ্ণীতিৰ বিষয়ে বাগিছা কতৃপক্ষক জনোৱাৰ পিচতো কোনো গুৰুত্ব প্ৰদান নকৰা আৰু বাগিছাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি এই দৰে হৰতাল কাৰ্য্যসুচি ৰূপায়ন কৰে । যোৱা ২০১৭ চনৰ ৫৫ জন শ্ৰমিকৰ নামত ধন আত্মসাতৰ অভিযোগ বাগিছাৰ গাননিক আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে । বঙাইগাঁও জিলা সমিতি আছাৰ সহযোগত শ্ৰমিক সকলে এই কাৰ্য্যসুচি ৰূপায়ন কৰে ।

বাইট : আছাৰ নেতৃত্ব ।

Conclusion:চাহ শ্ৰমিক সকলৰ ওপৰত সদায় হৈ থাকে শোষন । গতিকে এতিয়া সেই সময় নাই । চাহ শ্ৰমিক সকলেও ভাৱিব পৰা হৈছে । বিভাগীয় ভাৱে তথা বাগিছা মালিকে যেতিয়ালৈ কোনো সঠিক ব্যৱস্থা গ্ৰহন নকৰিব তেতিয়ালৈ শ্ৰমিক সকলৰ প্ৰতিবাদ চলিয়ে থাকিব বুলিও জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.