উত্তৰ অভয়াপুৰী, 10 জুন : বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ওচমানি বজাৰত মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ কাহিবাৰী-বৰঘোলা সংযোগী আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান দলং অতি শীঘ্ৰে মুকলাই দিয়া, কীৰ্ত্তনপাৰাৰ পৰা ডাঙাইগাওঁ সংযোগী ৰাস্তাৰ পুনৰ মেৰামতিৰ লগতে ওচমানি বজাৰত স্থায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন আদি দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সংগঠন দুটাৰ ৷
ভিন্ন দাবীৰে মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ - assam
দলং মুকলি, ৰাস্তাৰ পুনৰ মেৰামতি, স্থায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন আদি দাবীৰে মানিকপুৰৰ ওচমানি বজাৰত সাব্যস্ত প্ৰতিবাদ
ভিন্ন দাবীৰে মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
উত্তৰ অভয়াপুৰী, 10 জুন : বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ওচমানি বজাৰত মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ কাহিবাৰী-বৰঘোলা সংযোগী আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান দলং অতি শীঘ্ৰে মুকলাই দিয়া, কীৰ্ত্তনপাৰাৰ পৰা ডাঙাইগাওঁ সংযোগী ৰাস্তাৰ পুনৰ মেৰামতিৰ লগতে ওচমানি বজাৰত স্থায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন আদি দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সংগঠন দুটাৰ ৷
Intro:বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ওচমানি বজাৰত ধৰ্না কাৰ্যসুচী ৰূপায়ন। অভয়াপুৰী কীৰ্তন পাৰা সংযোগী ৪০ কোটি টকাৰ পকী দলং খন শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী। Body:উত্তৰ অভয়াপুৰী১০ জুনঃ বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ওচমানি বজাৰত মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্র সংস্হাৰ উদ্যোগত ২(দুই) ঘণ্টীয়া প্রতিবাদী(ধৰ্ণা) কাৰ্যসুচী পালন কৰে। মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্র সংস্হাৰ মুল দাবী প্রথমতে কাহিবাৰী-বৰঘোলা সংযোগী আই নদীৰ ওপৰত ৪০ কৌটি টকাৰ নিৰ্মীয়মান দলং অতি শীঘ্রে মোকলাই দিব লাগে। দ্বীতীয়তে কীৰ্ত্তনপাৰাৰ পৰা ডাঙাইগাওঁ সংযোগী ৰাস্তাৰ পুনৰ মেৰামতি কৰিব লাগে। তৃতীয়তে ওচমানি বজাৰত স্হায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্র স্হাপন কৰিব লাগে। মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী আৰু লগতে মানাহ ভেলী বিকাশ মঞ্চৰ গোলাপাৰা আঞ্চলিকৰ সভাপতি ছানিদুল ইছলাম তথা সম্পাদক মিজানুৰ ৰহমান,উপদেষ্টা মফিদুল ইছলাম আৰু সদস্য মকিবুল ইছলাম আৰু পশ্চিম অসম ছাত্র সংস্হাৰ বালাচৰৰ-মাত্রাঘোলাৰ আঞ্চলিকৰ সভাপতি জাহাংগীৰ আলম আৰু সম্পাদক মকবুল হুছাইন উপস্হিত থাকি ধৰ্ণা কাৰ্যসুচী পালন কৰে।Conclusion:প্ৰতিবাদ কাৰীৰ মন্তব্য