ETV Bharat / state

নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত,ৰাইজৰ দুৰ্ভোগ - নিউ বঙাইগাঁও ৰেল ষ্টেচন

বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত ৷ ভাৰতৰ ভিতৰতে নামজ্বলা ৰে'ল ষ্টেচন নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা ওলাই গেংকোৱাৰ্টাৰ,শ্মশান হৈ নিউ বঙাইগাঁও ৰে'লৱে ৱৰ্কশ্বপ ঘৰু ডাংতললৈ যোৱা মূল পথৰ ওপৰতেই সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷

নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত
author img

By

Published : Sep 15, 2019, 2:50 PM IST

বঙাইগাঁও , 15 চেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত ৷ ভাৰতৰ ভিতৰতে নামজ্বলা ৰে'ল ষ্টেচন নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা ওলাই গেংকোৱাৰ্টাৰ,শ্মশান হৈ নিউ বঙাইগাঁও ৰে'লৱে ৱৰ্কশ্বপ ঘৰু ডাংতললৈ যোৱা মূল পথৰ ওপৰতেই সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ বেয়া অৱস্থাত থকা পথছোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে কিছুদিন আগতে ৰে'ল কৰ্মচাৰী সংস্থা, মজদুৰ ইউনিয়নে আন্দোলনো কৰিছিল যদিও যোৱা 8/10 বছৰে ৰে'ল বিভাগে কোনো গুৰুত্বই প্ৰদান নকৰিলে ৷

নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত

উল্লেখ্য যে, ৰে'ল বিভাগৰ বিষয়া আহিলে এই পথেৰে লৈ নাহে বুলিও জনালে ৰে'ল বিভাগৰ এজন কৰ্মচাৰীয়ে । বঙাইগাঁও জিলা প্ৰশাসন, পৌৰসভা , মন্ত্ৰী-বিধায়ক কোনেও এই পথচোৱাৰ উন্নয়ন,মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । আনকি ফণীভূষণ চৌধুৰীয়ে নিজেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পথছোৱাৰ মেৰামতিৰ বাবে ।

Intro:পথৰ মাজত পুখুৰীৰ দৰে গাত বঙাইগাৃওগ ।বঙাইগাঁওৰ পুখুৰী সদৃশ গাত থকা দীৰ্ঘদিনীয়া পথটোৰ কোনো ধৰনৰ উন্নয়নৰ ব্যৱস্থাৰ নকৰাৰ অভিযোগ ।

Body:এয়া বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁওৰ পথৰ দৃশ্য । ভাৰতৰ ভিতৰত নামজ্বলা ৰেল ষ্টেচন নিউবঙাইগাঁও ৰেল ষ্টেচনৰ পৰা ওলাই এই খন পথেৰেই গেংকোৱাৰ্টাৰ,স্মশান হৈ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ ঘৰু ডাংতললৈ যাব লাগে । দীৰ্ঘ দিনৰ পৰা এই ধৰনৰ বেয়া অৱস্থাত থকা পথচোৱাৰ মেৰামতি বা পুনৰ নিৰ্মানৰ বাবে ৰেল কৰ্মচাৰী সংস্থা মজদুৰ ইউনিয়নে আন্দোলনো কৰিছিল কিন্ত ৰেল বিভাগে কোনো গুৰুত্বই প্ৰদান নকৰিলে যোৱা ৮/১০ বছৰে । অঞ্চলটোৰ এক মাত্ৰ স্মশানলৈ যোৱাৰ পথচোৱাৰ এই ধৰনৰ অৱস্থা । ৰেল বিভাগৰ জিএম আহিলে এই পথেৰে লৈ নাহে বুলিও জনালে ৰেল কৰ্মচাৰী পথচাৰী এজনে । পথটোৰে নিতৌ হেজাৰ হেজাৰ লোকধ যাতায়াত হয় কিন্ত তাৰ পিচতো গুৰুত্বহীন পথচোৱা।

বাইট : পথচাৰী তিনিজনৰ ।

Conclusion:বঙাইগাঁও জিলা প্ৰশাসন, পৌৰসভা , মন্ত্ৰী-বিধায়ক কোনেও এই পথচোৱাৰ উন্নয়ন,মেৰামতি বা পুনৰ নিৰ্মানৰ বাবে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই । এনেকি ৩৫ বছৰৰ পৰা বিধায়ক হৈ অহা তথা কেবাবাৰো মন্ত্ৰী হোৱা ফণীভূষন চৌধুৰী নিজেও কোনো ব্যৱস্থা গ্ৰহন নকৰিলে পথচোৱাৰ মেৰামতিৰ বাবে । ৰেল বিভাগৰ দোহাই দি কোনেও কাম নকৰে । ৰেল বিভাগেও অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.