ETV Bharat / state

অভয়াপুৰীত কাৰ্বাইনেৰে বুকুত গুলীয়াই আৰক্ষী জোৱানৰ আত্মহনন - police personal death at Abhayapuri

অভয়াপুৰীত সংঘটিত হৈছে ভয়ংকৰ অঘটন ৷ অসম আৰক্ষী সশস্ত্ৰ বাহিনীৰ জোৱান চিত্তৰঞ্জন চৌধুৰীয়ে নিজা কাৰ্বাইনেৰে বুকুত গুলীয়াই আত্মহনন কৰে (police personal death at Abhayapuri) ৷

Police personal committed suicide in Abhayapuri
অভয়াপুৰীত নিজ কাৰ্বাইনেৰে আৰক্ষী জোৱানৰ আত্মহনন
author img

By

Published : Aug 28, 2022, 11:12 AM IST

অভয়াপুৰী, 28 আগষ্ট : অভয়াপুৰীত আৰক্ষী জোৱানৰ আত্মহত্যাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে (Police personal committed Suicide) ৷ অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান চিত্তৰঞ্জন চৌধুৰীয়ে (৫৭) দেওবাৰে পুৱা ৩:২৫ বজাত নিজা কাৰ্বাইনেৰে বুকুত গুলীয়াই আত্মহনন কৰে (Police personal death at Abhayapuri) ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ কোনো ৰোগত আক্ৰান্ত হৈ আছিল ৷ ইয়াৰ ফলতেই হতাশাত ভুগি এনে চৰম সিদ্ধান্ত লয় বুলি সন্দেহ প্ৰকাশ কৰে সহকৰ্মীসকলে (Police personal committed Suicide) ৷

সম্প্ৰতি আৰক্ষী জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে (Police Body rescued at Abhayapuri) ৷ আৰক্ষী জোৱানজনৰ এনে ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে (Police suicide in Bongaigaon)৷ এতিয়ালৈ জোৱানজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই ৷

লগতে পঢ়ক: মল্লযুঁজাৰু পূজা ছিহাগৰ স্বামীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.