ETV Bharat / state

এজন আৰক্ষীৰে চলিছে ৰাজ্যৰ একমাত্ৰ নদী আৰক্ষী চকী - কেৱল এজন আৰক্ষী জোৱান

আধুনিকীকৰণৰ অভাৱত অসমৰ একমাত্ৰ নদী আৰক্ষী চকী । বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ আই নদী আৰক্ষী চকী মাত্ৰ এজন জোৱানেৰে চলি আহিছে ।

এজন আৰক্ষীৰে চলিছে অসমৰ একমাত্ৰ নদী আৰক্ষী চকী
author img

By

Published : Jun 28, 2019, 11:44 AM IST

বঙাইগাঁও, ২৮ জুন : বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ আই নৈৰ দলঙৰ ওচৰৰ অসমৰ একমাত্ৰ নদী আৰক্ষী চকীখন মাত্ৰ এজন আৰক্ষী জোৱানেৰে চলি আহিছে । দীৰ্ঘ দিন ধৰি এজন আৰক্ষীৰে চলি থকা এই আৰক্ষী চকীয়ে উদঙাইছে অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফোঁপোলা স্বৰূপ ।

এজন আৰক্ষীৰে চলিছে অসমৰ একমাত্ৰ নদী আৰক্ষী চকী

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, এই আৰক্ষী চকী খনত নাই কোনো ধৰণৰ মাৰণাস্ত্ৰ । মাৰণাস্ত্ৰৰ অবিহনে ধৰ্মেন্দ্ৰ দাস নামৰ এজন আৰক্ষী জোৱানেৰে চলি আহিছে এই আৰক্ষী চকী ।

Intro:বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ আই নদীৰ ওচৰত এজন আৰক্ষী জোৱানেৰে চলি থকা অসমৰ একমাত্ৰ নদী আৰক্ষী চকীখন । দীৰ্ঘ দিনৰ পৰাই এজন অস্ত্ৰহীন আৰক্ষী জোৱানেৰে চলিছে আৰক্ষী চকীখন । Body:এয়া অসমৰ একমাত্ৰ এজনীয়া আৰক্ষী চকী । বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ওচৰত থকা তথা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা আই নদীৰ দলঙৰ ওচৰৰ নদী আৰক্ষী চকী । অসম আৰক্ষীৰ আধুনীকিকৰনৰ ফোপোলা স্বৰূপ উদঙাই দীৰ্ঘ দিনৰ পৰা চলি থকা মাত্ৰ এজন আৰক্ষী জোৱানেৰে চলি থকা আৰক্ষী চকী এইখন । এই আৰক্ষী চকীৰ সৈতে কোনো ধৰনৰ অস্ত্ৰৰ সৈতেও নাই সম্পৰ্ক । সাধাৰনতে আৰক্ষী থানা বা আৰক্ষী চকী বুলি কোৱাৰ লগে লগে মনলৈ আহে মাৰনাস্ত্ৰৰে সু সজ্জিত আৰক্ষী জোৱানেৰে গিজগিজাই থকা এটা পৰিৱেশৰ কথা কিন্ত ইয়াত সম্পুৰ্ণ বিপৰীত । কোনো মাৰনাস্ত্ৰ নাই,মাত্ৰ ধৰ্মেন্দ্ৰ দাস নামৰ এজন আৰক্ষী জোৱানেৰে চলি থকা গোৱাৰ পাৰাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত এইখন বঙাইগাঁও জিলাৰ নদী আৰক্ষী চকী ।

বাইট : ফাইল নং ৩ ধৰ্মেন্দ্ৰ দাস আৰক্ষী কনিষ্টবল ।
ফাইল নং ৪ স্থানীয় লোকৰ ।

ফাইল নং ২ লগো নোহোৱাকৈ পিটিচি দিছো । আচলতে বৰষুনৰ বাবে একো লোৱা নাছিলো । Conclusion:অসম আৰক্ষীৰ বা নদী আৰক্ষীৰ কিমান আধুনিকীকৰন হৈছে এই দৃশ্যৰ পৰা অতি সহজে অনুমান কৰিব পাৰি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.