ETV Bharat / state

যৌতুকঃ স্বামী পৰিয়ালে হত্যা কৰিলে গৰ্ভৱতী মহিলাক - যৌতুক

ইতিপূৰ্বে স্বামী জাকিৰ হুছেইনক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মহিলাগৰাকীৰ শহুৰ মোছলেম উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷

যৌতুকৰ লোভত স্বামী পৰিয়ালে হত্যা কৰিলে গৰ্ভৱতী মহিলাক
author img

By

Published : Jun 14, 2019, 7:47 AM IST

অভয়াপুৰী , 13 জুনঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰীৰ এগৰাকী গৰ্ভৱতী মহিলাক হত্যা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে কোকিলা আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি জাকিৰ হুছেইন নামৰ ব্যক্তিজনে যৌতুকৰ বাবে বিভিন্ন শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিচিল পত্নীৰ ওপৰত ৷ অৱশেষত ৩ মে'ত স্বামী আৰু পৰিয়ালৰ লোকৰ হাতত মৃত্য হয় মহিলাগৰাকীৰ৷ ফলত স্বামী পৰিয়ালৰ বিৰুদ্ধে আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

যৌতুকৰ লোভত স্বামী পৰিয়ালে হত্যা কৰিলে গৰ্ভৱতী মহিলাক

ইতিপূৰ্বে স্বামী জাকিৰ হুছেইনক জেল হাজতোলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মহিলাগৰাকীৰ শহুৰ মোছলেম উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে মহিলাগৰাকী ৬ মহীয়া গৰ্ভৱতী আছিল লগতে এটি তিনি বছৰীয়া সন্তানো আছিল মহিলাগৰাকীৰ ৷

Intro:কোকিলাত বোৱাৰী হত্যাকাৰী শহুৰেকক গ্ৰেপ্তাৰ। যৌতুকৰ দাবীত গৰ্ভৱতী মহিলাক হত্যা কৰিছিল স্বামী পৰিয়ালৰ লোকে। Body:উত্তৰ অভয়াপুৰী ১৩জুনঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰীত যোৱা ৩ মেত মফিদা খাতুন নামৰ গৰ্ভৱতী মহিলাক হত্যা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কোকিলা আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি যৌতুক দাবীৰে জাকিৰ হুছেইন নামৰ লম্পট স্বামীয়ে পত্নী মফিদা খাতুনক মাৰপিট কৰি অৱশেষত যোৱা ৩ মেত মাৰপিট কৰি হত্যা কৰিছিল। মফিদা খাতুনৰ পৰিয়ালে স্বামী পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰা গোছৰৰ ভিত্তিত আজি মোছলেম উদ্দিন নামৰ আছামী জনক গ্ৰেপ্তাৰ কৰে। ইতিপূৰ্বে স্বামী জাকিৰ হুছেইনক জেল হাজতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে কোকিলা পূবপাৰা গাৱৰ ময়নাল হকৰ কন্যা মফিদা খাতুনৰ লগত শৌলমাৰী গাৱৰ মোছলেম উদ্দিনৰ পুত্র জাকিৰ হুছেইনৰ লগত সামাজিক ভাৱে বিয়া হয়। কিন্ত স্বামীৰ পৰিয়ালৰ লোকে যৌতুকৰ দাবীত মফিদাৰ ওপৰত নিৰ্যাতন চলাইছিল। ৩মে তাৰিখত স্বামী পৰিয়ালৰ লোকে মফিদাৰ ওপৰত অমানুষিক অত্যাচাৰ কৰি অন্তসত্বা মহিলা মফিদাক হত্যা কৰে বুলি মফিদাৰ পিতৃয়ে এজাহাৰ দাখিল কৰে । পূৰ্বেতেও স্বামী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। আজি শশুৰ মোছলেম উদ্দিনক কোকিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।মফিদা খাতুনৰ তিনি বছৰীয়া সন্তান থকাৰ লগতে ৬ মহীয়া গৰ্ভৱতী আছিল। দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে মফিদাৰ পৰিয়ালে। Conclusion:মফিদাৰ ভাতৃৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.