ETV Bharat / state

খোদ ভেকচিন প্ৰদান কেন্দ্ৰতে ক’ভিড নীতিৰ অৱমাননা - ক’ভিড

বঙাইগাঁও জিলাৰ মাণিকপুৰত এক অৰাজকতাৰ মাজেৰে চলিছে মাজেৰে চলিছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া । ভেকচিন প্ৰদানৰ সময়তে চলিছে ক’ভিড নীতিৰ অৱমাননা ।

manikpur-covid-protocol-violation
খোদ ভেকচিন প্ৰদান কেন্দ্ৰতে ক’ভিড নীতিৰ অৱমাননা
author img

By

Published : May 15, 2021, 8:34 PM IST

মাণিকপুৰ,15 মে’ : বঙাইগাঁও জিলাৰ মাণিকপুৰৰ আওলাগুৰী, কুছলাগুৰী আৰু চৌৰাগুৰী উপ, স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিন প্ৰদানৰ নামত চলিছে ক’ভিড নীতিৰ অৱমাননা ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমা স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰম্ভ কৰা 18 বছৰৰ পৰা 44 বছৰলৈকে আওলাগুৰী, চৌৰাগুৰী আৰু কুছলাগুৰী উপ স্বাস্থ্য কেন্দ্ৰত ভেকচিন প্ৰদান শিবিৰত নাই কোনো সামাজিক দূৰত্ব ৷ আনকি, ভেকচিন লোৱা সকলৰ বাবে জিৰনিৰো কোনো সুব্যৱস্থা নাই ৷ আনহে নালাগে, চেনিটাইজাৰৰ ব্যৱস্থাও নাই ভেকচিন প্ৰদান কেন্দ্ৰ কেইটাত ।

খোদ ভেকচিন প্ৰদান কেন্দ্ৰতে ক’ভিড নীতিৰ অৱমাননা

প্ৰাপ্ত তথ্য অনুযায়ী, এক অৰাজকতাৰ মাজেৰে চলিছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া । এই ভেকচিন শিবিৰ সমূহত বিভিন্ন অঞ্চলৰ মানুহৰ সমাগম হোৱাকলৈও আতংকিত হৈছে স্থানীয় জনসাধাৰণ। এই লৈ স্থানীয় জনসাধাৰণে উৰ্দ্ধতম কতৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে ।

লগতে পঢ়ক : নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.