ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

author img

By

Published : Nov 19, 2019, 6:38 PM IST

জনসাধাৰণৰ মাজলৈ গৈ জনসাধাৰণক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ হাট-বজাৰত জনসাধাৰণৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ সংগঠনটোৰ সদস্যসকলৰ ৷

জনসাধাৰণক নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

বঙাইগাঁও , 19 নৱেম্বৰঃ আৰম্ভ হ'ল লোকসভাৰ শীতকালীন অধিবেশন ৷ ইতিমধ্যে শীতকালীন অধিবেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

জনসাধাৰণক নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
জনসাধাৰণৰ মাজলৈ গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ মঙলবাৰে বঙাইগাঁও জিলাত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ সদস্যসকলে হাট-বজাৰ আদি ৰাজহুৱা স্থানলৈ গৈ বিধেয়কখনৰ বিৰোধিতাৰে ৰাইজক ওলাই অহাৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰত্যেকজন ব্যক্তিক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷

লগতে পঢ়কঃ বীজৰ ক্ষেত্ৰত একাধিপত্য বন্ধ হওক

Intro:বঙাইগাঁওত নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ গণ সজাগতাৰ উদ্দেশ্যে প্ৰচাৰ পত্ৰিকা বিতৰন ।

Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ ৷ সংগঠনটোৰ সদস্যসকলে হাট-বজাৰ আদি বিভিন্ন স্থানত জাতি ধ্বংসী বিধেয়কখনৰ বিৰোধীতা কৰাৰ বাবে ৰাইজক ওলাই অহাৰ আহ্বান জনোৱাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷ সংগঠনটোৱে গণ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে গাঁৱে-ভূঞে প্ৰচাৰ পত্ৰিকা বিতকৰণ কৰে আজি এইদৰে ৷

বাইট : নন্দন দেৱনাথ, কৃষক মুক্তিৰ নেতা ।

Conclusion:বঙাইগাঁও জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বামপন্থি দল সমুহৰ বাহিৰে আন কোনে দল সংগঠনে এই বাৰ নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰা পৰিলক্ষিত নহল ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.