ETV Bharat / state

ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ বঙাইগাঁও সদৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীত ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ দাবী তোলা হয় ৷

ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ বঙাইগাঁও সদৰ
author img

By

Published : Jun 9, 2019, 7:29 PM IST

বঙাইগাঁও,9 জুনঃ বঙাইগাঁৱত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ । জিলা সদৰ বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । শেহতীয়াকৈ সংঘটিত হোৱা টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । ৰাজ্যত সঘনাই হৈ থকা সকলো ধৰণৰ ধৰ্ষণৰ অপৰাধীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে । এই ধৰ্ষণকাৰী সকলক শাস্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ বিফল হোৱাৰ অভিযোগ তুলি ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী কৰাৰ লগতে ফাষ্টট্ৰেক আদালতৰ ৰায় যোগে ফাঁচীৰ দাবী জনায় ধৰ্ষণকাৰীৰ ৷

Slug : As_Chg_9th jun_802 & 803_Bongaigaon KMSS demand strong act against rape_vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

বঙাইগাঁওত ধৰ্ষনকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়নৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ । জিলাসদৰ বঙাইগাঁওৰ বৰপাৰাৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমুৰ্তি দাহ কৰি কৰে এই প্ৰতিবাদ । শেষতীয়াকৈ সংঘটিত হোৱা টুইংকল শৰ্মাৰ ধৰ্ষনকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদ কাৰী সকলে । ৰাজ্যত সঘনাই হৈ থকা সকলো ধৰনৰ ধৰ্ষনৰ অপৰাধিক কঠোৰ শাস্থীৰ  দাবী উত্থাপন কৰে। এই ধৰ্ষনকাৰী সকলক শাস্থী দিয়াৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ বিফল হোৱাৰ অভিযোগ তুলি কয় যে এই সকল ধৰ্ষনৰ ঘটনাৰ অপৰাধী সকলৰ শাস্থীৰ বাবে কঠোৰ আইন প্ৰনয়ন কৰাৰ দাবী কৰাৰ লগতে ফাষ্টট্ৰেক আদালতৰ ৰায় যোগে ফাঁচীৰ দাবী জনায় ধৰ্ষন কাৰী সকলৰ ।

বাইট : নন্দন দেৱ নাথ,সাধাৰন সম্পাদক বঙাগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.