ETV Bharat / state

নথি জালিয়াতি কৰাৰ অভিযোগত লাট মণ্ডলক নিলম্বিত

বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আমিনুল খানক নথি জালিয়াতি কৰাৰ অভিযোগত নিলম্বিত কৰে ৷

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি বঙাইগাঁও জিলাৰ উপায়ুক্তৰ
author img

By

Published : Sep 12, 2019, 2:02 PM IST

বঙাইগাঁও, 12 ছেপ্তেম্বৰঃ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানৰ ৷ চাকৰিৰ পৰা নিলম্বিত কৰিলে এজন লাট মণ্ডলক ৷ দীৰ্ঘ দিন ধৰি বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি চলায় অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ নথি জালিয়াতি কৰাৰ অভিযোগত আমিনুল খান নামৰ লাট মণ্ডলক নিলম্বিত কৰে উপায়ুক্ত গৰাকীয়ে । এক নিৰ্দেশমৰ্মে আমিনুল খানক চাকৰিৰ পৰা নিলম্বিত কৰিছে উপাযুক্তজনে । লাট মণ্ডলজন বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ থকাৰ অভিযোগ আছিল বুলি জানিবলৈ পোৱা গৈছে ৷

Intro:BreakingBody:Date- 12.09.19

Breaking- দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানৰ৷ এক নিৰ্দেশমৰ্মে বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আমিনুল খানক চাকৰিৰ পৰা নিলম্বিত কৰিছে। নথি জালিয়তিৰ অভিযোগত আমিনুল খানক নিলম্বিত কৰে উপায়ুক্ত গৰাকীয়ে। লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল।
Regards
Indranil Das.
News contributor
ETV BHARAT ASSAM
Abhayapuri SouthConclusion:Photo- Lat Mondal
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.