ETV Bharat / state

উত্তৰ অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত 40 জন যাত্ৰী - danger road accident at uttar avayapuri

উত্তৰ অভয়াপুৰীৰ মাণিকপুৰত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ ৷ আহত হয় ৪০ জন যাত্ৰী ৷

danger road accident at uttar avayapuri
উত্তৰ অভয়াপুৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jan 28, 2020, 10:49 PM IST

বঙাইগাঁও , 28 জানুৱাৰী : উত্তৰ অভয়াপুৰীৰ মাণিকপুৰত বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছমৎদ্বাৰিকাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত হয় ৪০ জন যাত্ৰী ৷ আহত ব্যক্তিকেইজনক মানিকপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক হোৱা বাবে বৰপেটা মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় ।

উত্তৰ অভয়াপুৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

আৰু পঢ়ক : চিলিণ্ডাৰ বিস্ফোৰণত নিহত পাঁচ

Intro:Body:উত্তৰ অভয়াপুৰীৰ মাণিকপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছমৎদ্বাৰিকাত বাছ - ট্ৰাকৰ মুখামুখী সংঘৰ্ষ।

সংঘৰ্ষত ৪০ জন যাত্ৰী আহত, মানিকপুৰ চিকিৎসালয়ত ভৰ্তি।

ইয়াৰে ৫ জনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল হস্পিটাললৈ প্ৰেৰন ।

বাছ খন ভূটানৰ পৰা ৰঙিয়া অভিমুখে গৈ আছিল।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.