ETV Bharat / state

বিহু গালে কুমাৰ দীপক দাসে - যোগীঘোপা

শনিবাৰে বঙাইগাঁৱৰ যোগীঘোপাৰ অশোকাষ্টমী মেলাত উপস্থিত হৈ বিহু জুৰিলে বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ সংগীত চৰ্চাত নাম থকা প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক কথা-বতৰাৰ মাজতে এফাঁকি বিহু গায় ৷

বিহু গালে কুমাৰ দীপক দাসে
author img

By

Published : Apr 14, 2019, 2:03 AM IST

Updated : Apr 14, 2019, 4:16 AM IST

দক্ষিণ অভয়াপুৰী, 14 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অভিন্ন অংগ হৈ পৰিছে নেতাৰ নাচ-গান ৷ শনিবাৰে বঙাইগাঁৱৰ যোগীঘোপাৰ অশোকাষ্টমী মেলাত উপস্থিত হৈ বিহু জুৰিলে বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ সংগীত চৰ্চাত নাম থকা প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক কথা-বতৰাৰ মাজতে এফাঁকি বিহু গায় ৷

গায়ক কুমাৰ দীপক দাস

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৌশলপূৰ্ণ মন্তব্য কৰে কুমাৰ দীপক দাসে ৷ এন ডি এৰ সৈতে চামিল হোৱাৰ সময়ত অসম গণ পৰিষদে বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা বুলি কৈ বিজেপিৰ ইস্তাহাৰত আছে বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিধেয়কখন গৃহীত কৰা হ'ব বুলি ঘোষণা কৰিছে বুলি মন্তব্য কৰে দাসে ৷ আনহাতে পুনৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি জানি বদৰুদ্দিন আজমলে ভিত্তিহীন মন্তব্য কৰি অহা বুলি আজমলক সমালোচনা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷

Intro:যোগীঘোপাত প্ৰচাৰৰ বাবে উপস্থিত কুমাৰ দীপক দাস।Body:Slug- শনিবাৰে যোগীঘোপাৰ অশোকাষ্টমী মেলাত উপস্থিত হয় বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস।
DATE: 14.04.2019

Voice Over- শনিবাৰে যোগীঘোপাৰ অশোকাষ্টমী মেলাত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে উপস্থিত হৈ প্ৰচাৰ চলায় । প্ৰচাৰ অভিযানৰ শেষত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপ ৰ স্থিতি সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত কুমাৰ দীপক দাসে কৌশলগত উত্তৰ দি বিষয়টো এৰাই চলাৰ চেষ্টা কৰে। নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাত এক প্ৰকাৰ নিশ্চিত কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু অগপ ৰ প্ৰাৰ্থী গৰাকীৰ মতে, বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে আৰু এইটো তেওঁৰ দায়িত্ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে, অশোকাষ্টমীত উপস্থিত থাকি জিলাপীৰ সোৱাদ লোৱাৰ উপৰিও ৰঙালী বিহু উপলক্ষে বিহু গীত গাই শুনালে প্ৰাৰ্থী গৰাকীয়ে।

Regards
Indranil Das
News Contributor
ETV BHARAT
AbhayapuriConclusion:বাইট - কুমাৰ দীপক দাস
Last Updated : Apr 14, 2019, 4:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.