ETV Bharat / state

চলন্ত গাড়ীত জ্বলন্ত অগ্নিপিণ্ড লৈ কোন এওঁ ?

author img

By

Published : Dec 24, 2019, 1:47 PM IST

জ্বলন্ত বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে বাহনখনৰ চালকজন ৷ কিন্তু তাৰ পিচত চালকজনে কি কৰিলে চাওক ৷

টাটা মোবাইলত অগ্নিকাণ্ড
টাটা মোবাইলত অগ্নিকাণ্ড

বঙাইগাঁও, 24 ডিচেম্বৰ: বঙাইগাঁৱত মঙলবাৰে সংঘটিত হয় এটা ভয়াৱহ অগ্নিকাণ্ড ৷ বিদ্যুতৰ তাঁৰত লাগি দপদপকৈ জ্বলি উঠে এখন খেৰ ভৰ্তি চাৰিচকীয়া বাহন ৷

বঙাইগাঁও
বঙাইগাঁও

জ্বলন্ত বাহনখনৰ ভিতৰতে বাহনখনৰ চালকজন আবদ্ধ হৈ পৰে যদিও অন্য এজন লোকে চালকজনক বাহনখনৰ পৰা উলিয়াই খোদ চালকৰ আসন লয় ৷ অৰ্ধজ্বলন্ত বাহনখনক জুইৰ পৰা বচাবলৈ হীৰেন ৰায় নামৰ লোকজনে যৎপৰোনাস্তি চেষ্টা চলাই যদিও জুয়ে গাড়ীখন আগুৰি ধৰে ৷ এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন...

জ্বলন্ত বাহন

লগতে পঢ়ক: সোৱণশিৰিৰ পাৰত সেউজ বিপ্লৱ

Intro:বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভয়ংকৰ ঘটনা।
জ্বলন্ত খেৰভৰ্তি টাটা মোবাইল এখন চলাই নি নদীত নমালে এজন সাহসী যুৱকে। এই সাহশী যুৱকজনৰ নাম হীৰেন ৰায়। বিদ্যুতৰ তাঁৰত লাগি দপদপাই জ্বলি উঠিছিল খেৰভৰ্তি ট্ৰাকখন। জ্বলন্ত টাটা মোবাইলখন অতি সাহসেৰে চলাই নি নদীত নমালে সাহসী যুৱকজনে। জ্বলি থকা চলন্ত টাটা মোবাইলৰ ভিডিও একমাত্ৰ ঈশান নিউজৰ হাতত। এক লোমহৰ্ষক দৃশ্য।
অভয়াপুৰীৰ দেওহাটিত সংঘটিত হৈছে এই ঘটনা।
সম্প্ৰতি চছিয়েল মিডিয়াত আলোৰনৰ সৃষ্টী কৰিছে যুৱকজনৰ সাহসীকতাৰ এই ভাইৰেল ভিডেঅই ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভয়ংকৰ ঘটনা।
জ্বলন্ত খেৰভৰ্তি টাটা মোবাইল এখন চলাই নি নদীত নমালে এজন সাহসী যুৱকে।

Conclusion:বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভয়ংকৰ ঘটনা।
জ্বলন্ত খেৰভৰ্তি টাটা মোবাইল এখন চলাই নি নদীত নমালে এজন সাহসী যুৱকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.