ETV Bharat / state

বঙাইগাঁৱত যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ চেনিটাইজেচন অভিযান

সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, অসমত এই পৰ্যন্ত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়া নাই ৷

author img

By

Published : Apr 5, 2020, 9:26 PM IST

যোগান মন্ত্ৰী
যোগান মন্ত্ৰী

বঙাইগাঁও, 5 এপ্ৰিল : আজি গৃহ চহৰ বঙাইগাঁৱত চেনিটাইজেচনৰ উদ্দেশ্যে উপস্থিত হয় যোগান মন্ত্ৰী ফণীভূষন চৌধুৰী । মুখ‍্যমন্ত্ৰীৰ নিৰ্দেশনা মানি বঙাইগাঁৱত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, অসমত এই পৰ্যন্ত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়া নাই ৷ পৰৱৰ্তী সময়তো ৰাজ্যত কোনো অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ নহয় বুলি জানিবলৈ দিয়ে ‌মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি, কোনো অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি হোৱা নাই বুলিও জনায় ফণীভূষন চৌধুৰীয়ে ।

চেনিটাইজেচন অভিযান

উল্লেখ্য যে, লকডাউনৰ সময়চোৱাত অসমত অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ ব‍্যাপক হাৰত মূল‍্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । তাৰ পিচতো যোগান মন্ত্ৰীৰ এই ধৰনৰ ঘোষনাই সাধাৰণ লোকক আচৰিত কৰি তুলিছে‌ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.