ETV Bharat / state

বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ - পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী

পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব ঋণ ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁওস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁৱৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷

Bongaigaon SBI provided loan to Street vendors
বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ
author img

By

Published : Nov 11, 2020, 10:44 PM IST

বঙাইগাঁও, 11 নৱেম্বৰঃ মহামাৰী কৰ'ণা ভাইৰাছে সকলোকে একপ্ৰকাৰ জুৰুলা কৰি পেলাইছে ৷ তেনে সময়তে কৰ'ণা ভাইৰাছ আৰু লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰা পদপথৰ ব্যৱসায়ীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব ঋণ ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁওস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁৱৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷

Bongaigaon SBI provided loan to Street vendors
বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ

এই ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন, ক্ষেত্ৰীয় কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰৱন্ধক গুৰুপদ হালদাৰ, বঙাইগাঁও পৌৰসভাৰ বিষয়ববীয়াৰ লগতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়া উপস্থিত থাকে ৷ তদুপৰি এই অনুষ্ঠানতে ঋণ লাভ কৰা পদপথৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ বাবে সহায় হোৱাকৈ একোটা ছাতি আৰু ডিজিটেল লেন-দেন কৰাৰ বাবে এটাকৈ কিউ আৰ কোডো দিয়া হয় ৷ আনহাতে, বেংকৰ সহকাৰী মহাপ্ৰৱন্ধকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বঙাইগাঁও জিলাৰ সকলো পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে ঋণ বিচাৰি আবেদন কৰিব পাৰিব আৰু সেই সকলোকে বেংকৰ তৰফৰ পৰা ঋণ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়কঃ বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.