ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা

author img

By

Published : Mar 10, 2021, 12:18 PM IST

নিৰ্বাচন আচৰণবিধি বলবৎ হৈ থকাৰ মাজতেই ৰাজ্যত জব্দ কৰা হৈছে লাখ লাখ টকা ৷ মঙলবাৰে নিশা উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ৰঙাপানীত আৰক্ষীয়ে জব্দ কৰে 8,50,000 টকা ৷ অভয়াপুৰীৰ ৰঙাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দৰাম ডেকাৰ নেতৃত্ব চলিছিল এই অভিযান ।

Bongaigaon Police seized money
নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা

বঙাইগাঁও,10মাৰ্চ: নিৰ্বাচন আচৰণবিধি বলবৎ হৈ থকাৰ মাজতেই ৰাজ্যত জব্দ কৰা হৈছে লাখ লাখ টকা ৷ মঙলবাৰে নিশা উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ৰঙাপানীত আৰক্ষীয়ে জব্দ কৰে 8,50,000 টকা ৷ অভয়াপুৰীৰ ৰঙাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দৰাম ডেকাৰ নেতৃত্ব চলিছিল এই অভিযান ।

জানিব পৰা মতে, আৰক্ষীৰ নিয়মীয়া তালাচীত বৰপেটাৰ পৰা অভয়াপুৰী অভিমুখে গৈ থকা AS01DJ 3837 নম্বৰৰ মাৰুতি ছুইফ্ট বাহন খনত অবৈধভাৱে বৃহৎ পৰিমাণৰ টকা কঢ়িয়াই আনি থকা অৱস্থাতে আৰক্ষীয়ে টকাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢকঃবিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.