ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ জালত তিনি অভিযুক্ত অপহৰণকাৰী - পশ্চিমবংগৰ হাওৰা

বঙাইগাঁও জিলাৰ বইটামাৰীৰ কাশাৰপাৰাত আৰক্ষীৰ জালত পৰিল তিনি অভিযুক্ত অপহৰণকাৰী ৷ পশ্চিমবংগৰ হাওৰাৰ এগৰাকী লোকক অপহৰণ কৰি লৈ আহিছিল বঙাইগাঁৱৰ বইটামাৰীলৈ ৷

তিনি অভিযুক্ত অপহৰণকাৰী
তিনি অভিযুক্ত অপহৰণকাৰী
author img

By

Published : Mar 16, 2020, 1:08 AM IST

বঙাইগাঁও, 15 মাৰ্চঃ বঙাইগাঁৱত সংঘটিত অপহৰণৰ ঘটনা ৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে অপহৃত সুৰজিৎ কলে নামৰ লোকগৰাকীক ৷ বঙাইগাঁও জিলাৰ বইটামাৰীৰ কাশাৰপাৰাত আৰক্ষীৰ জালত পৰিল তিনি অভিযুক্ত অপহৰণকাৰী ৷ অভিযুক্ত কেইজন ক্ৰমে জিয়া ৰহমান, শ্বামীউল শ্বেখ আৰু আজাদ কালাম শ্বেখ ৷ অপহৃত সুৰজিৎ কলেৰ ঘৰ পশ্চিমবংগৰ হাওৰাত বুলি জানিব পৰা গৈছে ৷ তিনি অপহৰণকাৰীয়ে তেওঁক অপহৰণ কৰি লৈ আহিছিল বঙাইগাঁৱৰ বইটামাৰীলৈ ৷

বঙাইগাঁৱত আৰক্ষীৰ জালত তিনি অভিযুক্ত অপহৰণকাৰী

লগতে পঢকঃ নগাঁৱত ধৃত এ টি এম প্ৰৱঞ্চকক গটালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.