বঙাইগাঁৱত, 7 মাৰ্চঃ বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ অপপ্ৰচাৰ চলাইছে এটা ফেচবুক পেজে ৷ "I love Bongaigaon" নামৰ এটা ফেচবুক পেজে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ "ৱাৰ্ডবয় প্ৰমোদ ৰায়"ক কৰ'ণা ভাইৰাছৰ ৰোগী সজাই জিলাখনত অপপ্ৰচাৰ চলায় । ফলত হাৰাশাস্তিত ভূগিব লগীয়া হৈছে উল্লেখিত যুৱকজন ৷ পেজখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে।
বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ ফেচবুকত অপপ্ৰচাৰ - Coron virus fake news at Bongaigaon
পেজখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে ।
![বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ ফেচবুকত অপপ্ৰচাৰ ফেচবুকত অপপ্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6331822-555-6331822-1583588389668.jpg?imwidth=3840)
ফেচবুকত অপপ্ৰচাৰ
বঙাইগাঁৱত, 7 মাৰ্চঃ বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ অপপ্ৰচাৰ চলাইছে এটা ফেচবুক পেজে ৷ "I love Bongaigaon" নামৰ এটা ফেচবুক পেজে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ "ৱাৰ্ডবয় প্ৰমোদ ৰায়"ক কৰ'ণা ভাইৰাছৰ ৰোগী সজাই জিলাখনত অপপ্ৰচাৰ চলায় । ফলত হাৰাশাস্তিত ভূগিব লগীয়া হৈছে উল্লেখিত যুৱকজন ৷ পেজখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে।
ফেচবুকত অপপ্ৰচাৰ
ফেচবুকত অপপ্ৰচাৰ
Last Updated : Mar 7, 2020, 7:30 PM IST