বঙাইগাঁও, 1 মেঃ 5 জন কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ পাছতে বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা ৰাজ্য চৰকাৰৰ ৷ এই ঘটনাৰ পাছত এতিয়া প্ৰাণৰ শংকাত ভুগিছে ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা জিলা চিকিৎসালয়ৰ একাংশ স্বাস্থ্যকৰ্মীয়ে ৷ ভালদৰে পৰীক্ষা কৰিলে জিলাখনত আৰু অধিক কৰ'ণা ৰোগী পোৱা যাব বুলি সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্যকৰ্মীসকলে ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক আব্দুল মালেকৰ এক প্ৰতিবেদন..
বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ - বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ
বঙাইগাঁও জিলাৰ পৰা 5 জনকৈ লোক কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাচত এতিয়া ৰেড জ'ন ঘোষণা কৰিছে জিলাখন । প্ৰশাসনে জিলাখনৰ বিভিন্ন প্ৰান্ত ছিল কৰাৰ লগতে বঙাইগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু চাপৰাকাটা প্ৰাথমিক চিকিৎসালয় বন্ধ কৰি দিয়ে ৷ জিলাখনৰ 8 জন চিকিৎসক সহ 213 জন লোকক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷
![বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ 5 কৰ'ণাক্ৰান্তৰ চিনাক্তকৰণৰ পাছতে বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7021103-812-7021103-1588342974793.jpg?imwidth=3840)
5 কৰ'ণাক্ৰান্তৰ চিনাক্তকৰণৰ পাছতে বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ
বঙাইগাঁও, 1 মেঃ 5 জন কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ পাছতে বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা ৰাজ্য চৰকাৰৰ ৷ এই ঘটনাৰ পাছত এতিয়া প্ৰাণৰ শংকাত ভুগিছে ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা জিলা চিকিৎসালয়ৰ একাংশ স্বাস্থ্যকৰ্মীয়ে ৷ ভালদৰে পৰীক্ষা কৰিলে জিলাখনত আৰু অধিক কৰ'ণা ৰোগী পোৱা যাব বুলি সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্যকৰ্মীসকলে ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক আব্দুল মালেকৰ এক প্ৰতিবেদন..
বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ
বঙাইগাঁও জিলাক ৰেড জ'ন ঘোষণা চৰকাৰৰ