ETV Bharat / state

বঙাইগাও জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Jun 6, 2020, 8:50 AM IST

জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ যি সকলে গছ পোলি ৰোপন কৰি জিলা প্ৰশাসনৰ ফেচবুক পেজত নিজৰ নাম ঠিকনা লেখি এখন ছেলফি উঠি আপলোদ কৰিব তেওঁলোক পুৰস্কিত কৰাৰ কথা ঘোষণা প্ৰশাসনৰ।

save environment  unique  progem bongigoan dc
জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

বঙাইগাঁও,৬জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙাইগাঁও জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ । গছপুলি ৰোপণৰ বাবে নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ চেষ্টা জিলা প্ৰশাসনৰ। গছপুলি ৰোপণ কৰি বাঁহ বা বেতৰ খাছাৰে মেৰিয়াই দিয়াৰ আহ্বান উপায়ুক্তগৰাকীৰ । খাছাটোৰ ওপৰত এখন কাগজত নিজৰ নাম লিখি ছেলফি উঠি ফেচবুকত আপলোড কৰি জিলা প্ৰশাসনৰ পেজত টেগ কৰাৰ আহ্বান । এইদৰে ফটো আপলোড কৰাসকলক দিয়া হ’ব উপায়ুক্তৰ ফালৰ পৰা প্ৰশংসা পত্ৰ । অহা ১০ দিনলৈ চলিব এই প্ৰক্ৰিয়া । এই সময়ছোৱাত বঙাইগাঁও জিলাত প্ৰায় ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য বঙাইগাঁও জিলা প্ৰশাসনৰ।

বঙাইগাও জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ
জিলাখনৰ কেইবাঠাইত শুক্ৰবাৰে জিলা উপায়ুক্তগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে গছপুলি ৰোপন কৰে।লগতে পঢকঃ দিনটোৰ শীৰ্ষ বাতৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.