ETV Bharat / state

বঙাইগাঁও প্ৰেচ ক্লাৱত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল - ৰিপাব্লিকান

অগপ,বিজেপি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা প্ৰাৰ্থীগৰাকীৰ

বঙাইগাঁও প্ৰেচ ক্লাৱত বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল
author img

By

Published : Apr 8, 2019, 7:39 PM IST

বঙাইগাঁও,৮ এপ্ৰিলঃ বঙাইগাঁৱত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছ দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল । ৰাতিপুৱা ১১ বজাত গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত অনুষ্ঠিত সংবাদমেলখনত অগপ,বিজেপি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা কৰে প্ৰাৰ্থীজনে ।

বঙাইগাঁও প্ৰেচ ক্লাৱত বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল

এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন,এই নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন,এই নিৰ্বাচন অসমৰ সাধাৰণ নাগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ নিৰ্বাচন। অসমৰ পৰা এই নিৰ্বাচনত এজন ভাল মানুহ নিৰ্বাচিত হৈ নগ'লে অসমৰ ভৱিষ্যত অন্ধকাৰ বুলি উল্লেখ কৰে প্ৰাৰ্থীজনে ।

Intro:বঙাইগাঁওত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছ দলৰ বৰপেটা লোক সভা সমষ্ঠীৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল। ৰাতিপুৱা ১১ বজাত গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত সংবাদ মেল অনুষ্ঠিত কৰি অগপ,বিজেপি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা কৰে প্ৰাৰ্থী জনে । অগপ-বিজেপি দলক ভোট দিয়া মানেই বাংলাদেশীৰ হাতত দেশ গতাই দিয়া বুলি কয় প্ৰাৰ্থীজনে । এই নিৰ্ব্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ নিৰ্ব্বাচন,এই নিৰ্ব্বাচন অসমৰ অস্থিত্ব ৰক্ষাৰ নিৰ্ব্বাচন,এই নিৰ্ব্বাচন অসমৰ সাধাৰন নখগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ নিৰ্ব্বাচন। অসমৰ পৰা এই নিৰ্ব্বাচনত এজন ভাল মানুহ নিৰ্ব্বাচিত হৈ নগলে অসমৰ ভৱিষ্যত অন্ধকাৰ বুলি কয় প্ৰাৰ্থী জনে । আমি যদি অসমত বাংলাদেশী আনিব বিচাৰিছো তেন্তে অগপ-বিজেপি প্ৰাৰ্থী কুমাৰ দিপক দাসক ভোট দিব লাগিব,আৰু যদি বিচৰা নাই তেন্তে ৰাষ্ট্ৰীয় ৰিপাবলিকেন কংগ্ৰেছক ভোট দিব লাগিব। ভাৰতীয় সংবিধানত নাগৰিকত্বৰ কোনো ভিত্তি বৰ্ষ নাই বুলি কৈ প্ৰাৰ্থী জনে কয় কংগ্ৰেছে মুছলমান মানুহক হাৰাশাস্তি কৰিবলৈ "ডি" ভোটাৰৰ সৃষ্টি কৰি হাজাৰ হাজাৰ লোকক ডিটেনচন কেম্পত বন্দি কৰিছে । একেদৰে এই বিষয় লৈ জন্ম লোৱা এ আই ইউ ডি এফ দলেও ৰাজনীতি কৰা পৰিলক্ষিত হৈছে । এই ডিটেনচন কেম্প আৰু ডি ভোটাৰ দুয়োটাই অসাংবিধানিক আৰু অমানৱীয় বিষয় বুলি কয় প্ৰাৰ্থীজনে।

সংবাদ মেলৰ ভিজুৱেল আৰু বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:সংবাদ মেলৰ ভিজুৱেল আৰু বাইট দিলো ।

Conclusion:ভাৰতীয় সংবিধানত নাগৰিকত্বৰ কোনো ভিত্তি বৰ্ষ নাই বুলি কৈ প্ৰাৰ্থী জনে কয় কংগ্ৰেছে মুছলমান মানুহক হাৰাশাস্তি কৰিবলৈ "ডি" ভোটাৰৰ সৃষ্টি কৰি হাজাৰ হাজাৰ লোকক ডিটেনচন কেম্পত বন্দি কৰিছে । একেদৰে এই বিষয় লৈ জন্ম লোৱা এ আই ইউ ডি এফ দলেও ৰাজনীতি কৰা পৰিলক্ষিত হৈছে । এই ডিটেনচন কেম্প আৰু ডি ভোটাৰ দুয়োটাই অসাংবিধানিক আৰু অমানৱীয় বিষয় বুলি কয় প্ৰাৰ্থীজনে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.