ETV Bharat / state

বঙাইগাঁৱত চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ - সৰ্বানন্দ সোণোৱাল

সোমবাৰে বঙাইগাঁৱত আধাৰশিলা স্থাপন আৰু উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বঙাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই কাৰ্যসূচীত তেখেতক সংগ দিয়ে বঙাইগাঁৱৰ বিধায়ক তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত এম.এচ. লক্ষ্মীপ্ৰিয়াই ।

As_Chg_01_Bongaigaon CM programme_vis_10012
বঙাইগাঁৱত চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Feb 16, 2021, 8:00 PM IST

বঙাইগাঁও, 16 ফেব্ৰুৱাৰী: সোমবাৰে বঙাইগাঁৱত আধাৰশিলা স্থাপন আৰু উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বঙাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোমবাৰে বিয়লি 2.30 বজাত বঙাইগাঁৱৰ উত্তৰ শালমাৰাত দুগ্ধ উৎপাদক কেন্দ্ৰ গোল্ডী ডায়েৰীৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে মৈত্ৰী আঁচনীৰ অধিনত বঙাইগাঁও আৰু মানিকপুৰৰ নৱ নিৰ্মিত থানা ভৱনৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

বঙাইগাঁৱত চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ইয়াৰ পিছতেই উত্তৰ বঙাইগাঁও ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। বঙাইগাঁও কলেজত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মৎস সম্পদ যোজনাৰ অন্তৰ্গত সম্পুৰ্ণা আৰু যাযাবৰ অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে ।

As_Chg_01_Bongaigaon CM programme_vis_10012
বঙাইগাঁৱত চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সহযোগ কৰে বঙাইগাঁৱৰ বিধায়ক তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত এম.এচ. লক্ষ্মীপ্ৰিয়াই । সাংবাদিকৰে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ উন্নয়ণৰ বাবে যথেষ্ট কাম কৰিছে আৰু বৰ্তমানো কৰি আছে । বিগত সময়ছোৱাত কংগ্ৰেছে নিজৰ দীৰ্ঘদিনীয়া শাসন কৰি কেৱল চৰকাৰী ধনৰ শৰাধ কৰিছিল অসমৰ কোনো উন্নয়ণত গুৰুত্ব প্ৰদান কৰা নাছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক-আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.