ETV Bharat / state

কাঠৰ দলঙে সংযোগ কৰিলে বিজনী আৰু উত্তৰ অভয়াপুৰী সমষ্টিক - বঙাইগাঁও

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং খনৰ শুভ উদ্বোধনী অনুষ্ঠান ৷ দলংখন আজি শুভ উদ্বোধন কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে।

যাতায়াতৰ বাবে সুচল হ'ল বিজনী পাতিলাদহা গড়কাপ্তানি পথ
author img

By

Published : Oct 6, 2019, 10:59 PM IST

বঙাইগাঁও, 6 অক্টোবৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং খনৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ দলংখন শুভ উদ্বোধন কৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে ।

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত ৪৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াই এখন কাঠৰ দলং ৷ দলংখন আজি শুভ উদ্বোধন কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে । বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলৰ সাংসদ পুঁজিৰ ৩০ লাখ টকা আৰু ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰে দলংখন । বিজনী পাতিলাদহা গড়কাপ্তানি পথৰ মানাহ নদীৰ ওপৰত এই দলংখনে দুটাকৈ সমষ্টিৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ পথ সুচল হোৱাত স্থানীয় ৰাইজে প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমল, বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীক ধন্যবাদ জ্ঞাপন কৰে ।

Intro:লুংঝাৰ মানাহ নদীত ৪৩ লাখ টকাৰ দলঙৰ শুভ উদ্বোধন।Body:উত্তৰ অভয়াপুৰী, 6 অক্টোবৰ - বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত ৪৩ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা কাঠৰ দলঙৰ আজি শুভ উদ্বোধন কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে। বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলৰ সাংসদ পুঁজিৰ ৩০ লাখ টকা আৰু ৰাইজৰ দান বৰঙণিৰ ১৩ লাখ টকাৰে নিৰ্মাণ কৰে দলংখন। বিজনী পাতিলাদহা গড়কাপ্তানি পথৰ মানাহ নদীৰ ওপৰত এই দলংখনে দুটাকৈ সমষ্টিৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ পথ সুচল হোৱাত স্থানীয় ৰাইজে প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমল, বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীক ধন্যবাদ জ্ঞাপন কৰে। দলং নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ অৱদান নথকাৰ অভিযোগ কৰি পৰৱৰ্তী সময়ত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনায়।Conclusion:Byte - বিধায়ক কমল সিং নাৰ্জাৰী আৰু আব্দুল হাই নাগৰি ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.