ETV Bharat / state

বঙাইগাঁৱৰ বালাৰচৰত দুজনৰ দেহত কোভিড ১৯ পজিটিভ - মাত্ৰাঘোলা মজলীয়া বিদ্যালয়

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰচৰত ৭৩ বছৰীয়া এজন বৃদ্ধৰ লগতে ১৮ বছৰীয়া আন এজন যুৱকৰ দেহত কোভিড ১৯ পজিটিভ পোৱাত চিন্তিত হৈছে অঞ্চলবাসী।

বঙাইগাঁৱৰ বালাৰচৰত দুজনৰ দেহত কোভিড ১৯ পজিটিভ

author img

By

Published : Jul 4, 2020, 8:02 AM IST

Updated : Jul 4, 2020, 9:27 AM IST

উত্তৰ অভয়াপুৰী, 4 জুলাইঃ বঙাইগাঁৱৰ বালাৰচৰত দুজনৰ লোকৰ দেহত ধৰা পৰিছে কভিড ১৯ পজিটিভ। ইয়াৰ পিচতে সৃষ্টি হৈছে আন এক বিতৰ্কৰ ৷ আৰক্ষীয়ে আক্ৰান্ত লোক দুজনক ২ কিলোমিটাৰ খোজকাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

বঙাইগাঁৱৰ বালাৰচৰত দুজনৰ দেহত কোভিড ১৯ পজিটিভ

ইফালে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰচৰত ৭৩ বছৰীয়া এজন বৃদ্ধৰ লগতে ১৮ বছৰীয়া আন এজন যুৱকৰ দেহত কোভিড ১৯ পজিটিভ পোৱাত চিন্তিত হৈছে অঞ্চলবাসী। কিছুদিন ধৰি উত্তৰ প্ৰদেশৰ পৰা আহি যুৱকজন বালাৰচৰ -মাত্ৰাঘোলা মজলীয়া বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আৰু কেন্দ্ৰৰ পৰা যোৱাকালি ঘৰলৈ গৈছিল। দিল্লীৰ পৰা অহা বৃদ্ধজন হোম কোৱাৰেণ্টাইন হৈ আছিল। দুয়োজনকে ঘৰৰ পৰা ২ কিলোমিটাৰ খোজকঢ়াই লৈ যায় আৰক্ষীয়ে। আক্ৰান্ত লোক দুয়োজন ঘৰত থকাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

লগতে চাওকঃ বানত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ দুই লাখ টকাকৈ সাহাৰ্য

Last Updated : Jul 4, 2020, 9:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.