ETV Bharat / state

দৰ্শনাৰ্থীৰ বাবে মুকলি হৈছে বাঘেশ্বৰী মন্দিৰৰ দ্বাৰ

দীৰ্ঘদিনীয়া লক ডাউনৰ পিছত সোমবাৰৰ পৰা দুৱাৰ মুকলি হৈছে বঙাইগাঁৱৰ ঐতিহাসিক বাঘেশ্বৰী মন্দিৰৰ । সম্পূৰ্ণৰূপে সামাজিক দুৰত্ব ৰক্ষাৰে মাস্ক পৰিধান কৰি ভক্তক মন্দিৰলৈ আহিবলৈ আহ্বান মন্দিৰ পৰিচালনা সমিতিৰ ।

bongaigaon bagheswari mandir re open for public assam etv bharat news
বাঘেশ্বৰী মন্দিৰ
author img

By

Published : Jun 8, 2020, 9:26 PM IST

বঙাইগাঁও, 8 জুন: অৱশেষত ভক্তৰ বাবে দ্বাৰ খোল খালে বঙাইগাঁও চহৰত থকা ঐতিহাসিক মা বাঘেশ্বৰী মন্দিৰৰ ৷ ঐতিহাসিক পীঠস্থান তথা ৰজাদিনীয়া এই মন্দিৰ কৰ’ণা মহামাৰীৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়ত বন্ধ হৈ পৰিছিল ৷ সোমবাৰৰ পৰা চৰকাৰী নিৰ্দেশমৰ্মে সকলো নীতি-নিৰ্দেশনা মানি ভক্তৰ বাবে মুকলি কৰি দিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ উল্লেখ্য যে,বাঘেশ্বৰী মন্দিৰলৈ নামনি অসমৰ বহু ঠাইৰ পৰা বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য সম্পাদনৰ বাবে আগমণ ঘটে ভক্তৰ ৷

মুকলি হৈছে বাঘেশ্বৰী মন্দিৰৰ দ্বাৰ

লগতে চাওকঃ বিশুদ্ধ খোৱা পানীৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.