ETV Bharat / state

বঙাইগাঁওত পৰিবহণ নিগমৰ বাছত আক্ৰমণ - ASSAM BAND

AS20 1529 নম্বৰৰ গাড়ী খন গুৱাহাটীৰ পৰা ধুবুৰীলৈ গৈ আছিল। তেনে সময়তে বন্ধ সমৰ্থকে বাছখনত আক্ৰমণ কৰি ক্ষতিসাধন কৰে ।

Bongaigaon ASTC bus attack
বঙাইগাঁওত পৰিবহণ নিগমৰ বাছত আক্ৰমণ
author img

By

Published : Dec 9, 2019, 8:28 PM IST

বঙাইগাঁও, 9 ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগৰপুৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ যাত্ৰীবাহী বাছত দুৰ্বৃত্তৰ আক্ৰমণ। শিল দলিয়াই ভাঙিলে গাড়ীখনৰ গ্লাছ ।

বঙাইগাঁওত পৰিবহণ নিগমৰ বাছত আক্ৰমণ

AS20 1529 নম্বৰৰ গাড়ী খন গুৱাহাটীৰ পৰা ধুবুৰীলৈ গৈ আছিল। তেনে সময়তে বন্ধ সমৰ্থকে বাছখনত আক্ৰমণ কৰি ক্ষতিসাধন কৰে । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে যাত্ৰীসকল ।

Intro:বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগৰপুৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ যাত্ৰীবাহী বাছত দুৰ্বৃত্তৰ আক্ৰমণ। শিল দলিয়াই ভাঙিলে গাড়ীখনৰ গ্লাছ ।
AS20 1529 নম্বৰৰ গাড়ী খন গুৱাহাটীৰ পৰা ধুবুৰী গৈ আছিল। তেনে সময়তে বন্ধ সমৰ্থকে বাছখনত আক্ৰমন কৰি ক্ষতিসাধন কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত। যাত্ৰী ভৰ্তি বাছখনৰ যাত্ৰী সকল কথমপি ৰক্ষা ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁওত পৰিবহন নিগমৰ বাছত আক্ৰমন ।

Conclusion:বঙাইগাঁওত পৰিবহন নিগমৰ বাছত আক্ৰমন ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.