ETV Bharat / state

বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছসহ দুজন বিক্ৰেতা - নৰ্থ বঙাইগাঁও গুৰুনানক কলনী

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত নৰ্থ বঙাইগাঁও গুৰুনানক কলনীত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী

বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছসহ দুজন বিক্ৰেতা
author img

By

Published : Sep 11, 2019, 9:31 PM IST

বঙাইগাঁও, 11 ছেপ্তেম্বৰ :

  • বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছ সহ দুজন লোক
  • বুধবাৰে নিশা বঙাইগাঁও আৰক্ষীৰ অভিযানত নৰ্থ বঙাইগাঁও গুৰুনানক কলনীত আটক ড্ৰাগছ বিক্ৰেতা দুজন
  • আৰক্ষীয়ে লোক দুজনৰ পৰা ২ টাকৈ ব্ৰাউন ছুগাৰৰ কন্টেইনাৰ সহ অন্য সামগ্ৰী জব্দ কৰে
  • গ্ৰেপ্তাৰ হোৱা দুজন ক্ৰমে সাহিল মণ্ডল আৰু সাহমত আলী
  • দুয়োজন চিৰাং জিলাৰ বিজনী অঞ্চলৰ বাসিন্দা
  • বিজনীৰ জনৈক বিজয় সৰকাৰৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছখিনি
  • বিক্ৰেতা দুজনে বঙাইগাঁওৰ ভাড়াঘৰত থাকি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ ওপৰত অব্যাহত ৰাখিছে জেৰা

Intro:নৰ্থ বঙাইগাঁওত আৰক্ষীৰ অভিযানত ভাড়াঘৰৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন ।

Body:আজি সন্ধীয়া বঙাইগাঁও জিলাৰ নৰ্থবঙাইগাঁও গুৰুনানক কলনিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই ভাড়া ঘৰত থকা দুজন লোকক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ১২ টাকৈ ব্ৰাউনছুগাৰৰ কন্টেইনাৰ সহ অন্য সামগ্ৰীও জব্দ। গ্ৰেপ্তাৰ দুজন ক্ৰমে সাহিল মণ্ডল আৰু সাহমত আলী দুয়োজন চিৰাং জিলাৰ বিজনীৰ নদীপাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক জেৰা চলাই আছে ।

বাইট : অচি বঙাইগাঁও সদৰ থানা ।।

Conclusion:বঙাইগাঁওৰ ভাড়া ঘৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজনে দিয়া স্বিকাৰোক্তি অনুসৰি বিজনীৰ জনৈক বিজয় সৰকাৰৰ পৰা তেওঁলোকে ড্ৰাগছখিনি কিনিছিল আৰু বঙাইগাঁওৰ ভাড়াঘৰত থাকি সেই সমুহ বিক্ৰী কৰিছিল । ড্ৰাগছ মাফীয়া বিজয় সৰকাৰ বঙাইগাঁওৰ অল্ড কলনিত বিয়া পতা বুলিও জনায় গ্ৰেপ্তাৰ দুজনে । এতিয়া আৰক্ষীয়ে ড্ৰাগছ মাফীয়া বিজয় সৰকাৰক গ্ৰেপ্তাৰ কৰিব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন হৈছে ।।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.