ETV Bharat / state

বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতাৰণা দিৱস উদযাপন - আক্ৰাছু

বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতাৰণা দিৱস তথা কলা দিৱস উদযাপন । বঙাইগাঁও আক্ৰাছুৰ মুখ‍্য কাৰ্যালয় প্ৰাঙ্গনত উদযাপন প্ৰতাৰণা দিৱস ।

Bongaigaon AKRSU organized black day
আক্ৰাছুৰ প্ৰতাৰণা দিৱস উদযাপন
author img

By

Published : Aug 29, 2020, 10:39 AM IST

বঙাইগাঁও, 29 আগষ্টঃ শুকুৰবাৰে ঐতিহাসিক মাৰ্জাৰ চুক্তি দিৱস । ১৯৪৯ চনৰ ৮ আগষ্ট তাৰিখে শেষৰজন কোঁচ ৰজা জগ দ্বিপেন্দ্ৰ নাৰায়নে ভাৰত চৰকাৰৰ সৈতে মাৰ্জাৰ চুক্তিৰ জৰিয়তে ভাৰতত চামিল হৈছিল । চুক্তিত উল্লেখ আছিল যে, কোচবিহাৰ ৰাজ‍্যক কমতাপুৰ নামেৰে "গ" ৰাজ‍্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব । কিন্ত আজিলৈ সেয়া হৈ নুঠিল ৷

আক্ৰাছুৰ প্ৰতাৰণা দিৱস উদযাপন

শুকুৰবাৰে 28 আগষ্টৰ দিনটোত প্ৰতিবছৰেই কোচ ৰাজবংশীসকলে প্ৰতাৰণা দিৱস তথা কলা দিৱস হিচাপে উদযাপন কৰে । আক্ৰাছুৰ প্ৰতিটো আঞ্চলিক সমিতিয়ে কলা পতাকা উত্তোলন কৰি এই দিৱস উদযাপন কৰে । ঠায়ে ঠায়ে চৰকাৰী কাৰ্য‍্যালয় আদিতো চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ জনাই কলা পতাকা উত্তোলন কৰে আক্ৰাছুয়ে ।

লগতে পঢ়কঃ কলিয়াবৰত আম আদমী পাৰ্টীৰ শাখা গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.